অসম

assam

লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদত অধিস্থিত হ‘ল সাংসদ গৌৰৱ গগৈ

By

Published : Aug 28, 2020, 8:34 AM IST

সাংসদ গৌৰৱ গগৈয়ে লাভ কৰিলে লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদ ৷ কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীয়ে তেখেতক এই পদবী অৰ্পন কৰে ৷

Gourav Gogoi nominated as Congress Assistant Leader at Lok Sabha
লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদত অধিস্থিত হ‘ল সাংসদ গৌৰৱ গগৈ

নিউজ ডেক্স, 28 আগষ্টঃ সাংসদ গৌৰৱ গগৈয়ে লাভ কৰিলে লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদ ৷ উল্লেখ্য যে, 14 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সাংসদগৰাকীক প্ৰদান কৰা হৈছে এই গুৰুত্বপূৰ্ণ পদবী ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধীয়ে তেখেতক এই পদবী অৰ্পন কৰে ৷ ইয়াৰ লগতে লুধিয়ানৰ সাংসদৰ ৰৱণীত বিট্টুক হুইপ হিচাপে নিযক্তি দিয়া হৈছে ৷

ABOUT THE AUTHOR

...view details