অসম

assam

ETV Bharat / snippets

কৃত্ৰিম বানত বুৰিল হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথ

Hojai Artificial flood
কৃত্ৰিম বানত বুৰিল হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 2:16 PM IST

হোজাই, 16 জুন : আকৌ কৃত্ৰিম বান ৷ এজাক বৰষুণতেই বুৰিল হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথ । জানিব পৰা মতে, হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী মূল পথটোত অসম মালাৰ অধীনত কাম চলি আছে । সেয়ে ঠিকাদাৰে হোজাই উত্তৰ বিদ্যানগৰ ৰোডত যধে মধে গাঁত খান্দি মাটি পেলাই থৈ দিছে ৷ এই অভিযোগ ৰাইজৰ । ফলত এজাক বৰষুণতেই জলমগ্ন হৈ পৰিছে অঞ্চলটো ৷

ABOUT THE AUTHOR

...view details