হায়দৰাবাদ: মটৰ চাইকেল নিৰ্মাতা কোম্পানী Kawasaki ইণ্ডিয়াই মুকলি কৰিছে Kawasaki KLX230। কোম্পানীটোৱে এই ডাৰ্ট বাইকখন 3.30 লাখ টকা (এক্স শ্ব’ৰুম, ভাৰত) মূল্যত মুকলি কৰিছে । বৰ্তমান এই মটৰ চাইকেল ভাৰতত বিক্ৰী হোৱা আটাইতকৈ দামী ৰোড-লিগেল ডুৱেল স্পৰ্টছ মটৰ চাইকেল ।
Kawasaki KLX230ৰ স্পেচিফিকেশন
নতুন Kawasaki KLX230 ত ব্যৱহাৰ কৰা হৈছে 233cc এয়াৰ কুলড ইঞ্জিন যিয়ে 8,000rpm ত 18bhp শক্তি আৰু 6,400rpm ত 18.3Nm টৰ্ক উৎপন্ন কৰে । এই ইঞ্জিনটো 6 স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে ।
এই মটৰ চাইকেলৰ ইন্ধনৰ টেংকি তুলনামূলকভাৱে সৰু, যিটো মাত্ৰ 7.6 লিটাৰ । ইয়াৰ সন্মুখত 240 মিমি ট্ৰেভেলৰ সৈতে 37 মিমি টেলিস্কোপিক ফৰ্ক আৰু পিছফালে 250 মিমি ট্ৰেভেলৰ সৈতে মনোশ্বক এবজৰ্বাৰ আছে ।
Kawasaki KLX230 ৰ বৈশিষ্ট্যসমূহ