মেষ ৰাশি : দিনটো শুভ ৷ সামাজিক কাম আৰু পৰোপকাৰী কামে আনন্দিত কৰিব ৷ বন্ধুৰ লগত খৰছ হ’ব পাৰে ৷ প্ৰিয়জনক উপহাৰ দিব ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণৰ যোগ ৷
বৃষ ৰাশি : দিনটো শুভ ৷ নতুন অধ্যয়নৰ বাবে সক্ৰিয় অনুভৱ কৰিব | কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷
মিথুন ৰাশি : পৰিয়াল বা আপোনজনৰ লগত পাটী হʼব পাৰে ৷ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব ৷ কর্মৰ খাতিৰত বাহিৰলৈ সৰু যাত্ৰা হʼব পাৰে ৷ এই যাত্ৰাৰ ফলত কৰ্ম-ব্যৱসায়ত সফল হ’ব ৷
কৰ্কট ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ নতুন ব্যৱসায়ত অধিক ব্যস্ত হʼব ৷ প্ৰশংসা লাভ ৷
সিংহ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দিনটো খেলিমেলি হʼব পাৰে ৷
কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্মত প্ৰায় সফল হʼব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।