অসম

assam

গোৱালপাৰাৰ কল্যানপুৰত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী - shooting incident

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 10:34 PM IST

Businessman shot dead: গোৱালপাৰা কল্যানপুৰত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী ৷ শোলমাৰী-গোৱালপাৰা সংযোগী পথত সংঘটিত হৈছে এই গুলিচালনাৰ ঘটনা ৷

Businessman shot dead
দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী (ETV BHARAT ASSAM)

গোৱালপাৰা, 14 জুলাই :

  • গোৱালপাৰা শোলমাৰীৰ কল্যানপুৰত গুলিচালনাৰ ঘটনা
  • দুৰ্বৃত্তৰ গুলিত নিহত এগৰাকী ব্যৱসায়ী
  • নিহত ব্যৱসায়ীগৰাকীৰ বৰবজাৰৰ অশোক গোৱেল বুলি জানিব চিনাক্ত
  • শোলমাৰী-গোৱালপাৰা সংযোগী পথত সংঘটিত হয় এই গুলিচালনাৰ ঘটনা
  • ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্বৃত্তৰ
  • গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ৰখা হৈছে অশোক গোৱেলৰ মৃতদেহ

ABOUT THE AUTHOR

...view details