অসম

assam

ETV Bharat / state

Today’s Assam News Live: অসম Thu Oct 17 2024 আজিৰ সংবাদ

By Assam Live News Desk

Published : 4 hours ago

Updated : 27 minutes ago

Etv Bharat
Etv Bharat (Etv Bharat)

12:30 PM, 17 Oct 2024 (IST)

মাজুলীত সাতামপুৰুষীয়া সংস্কৃতি উপভোগ কৰি মন্ত্ৰমুদ্ধ বিদেশী পৰ্যটক

Foreign Tourist Arrives in Majuli: সত্ৰপীঠ মাজুলীত উপস্থিত হ'ল বছৰৰ প্ৰথমটো বিদেশী পৰ্যটকৰ দল ৷ মাজুলীত উপস্থিত হৈ দলটোৱে উপভোগ কৰে মহাৰাস ৷ | Read More

ETV Bharat Live Updates - MAJULI

11:55 AM, 17 Oct 2024 (IST)

তুলসীৰ ভেটি সজাত ব্যস্ত গাঁৱৰ কণমানি; পৰম্পৰা অনুসৰি কাতি বিহু পালনত ব্যস্ত ৰাজ্যবাসী

Assamese traditional: ডিব্ৰুগড়ৰ গ্ৰাম্যাঞ্চলত চলিছে কাতি বিহুৰ আয়োজন ৷ সাজু কৰি তোলা হৈছে আকাশবন্তি ৷ আপোন খেতিডৰা চাবলৈ পথাৰলৈ ঢাপলি মেলিছে চহা কৃষক ৷ | Read More

ETV Bharat Live Updates - KATI BIHU AT KHOWANG

10:39 AM, 17 Oct 2024 (IST)

কাতি বিহুৰ গধূলি মাজুলীৰ আকাশ পোহৰাব আকাশ বন্তিয়ে

Kongali Bihu: মাজুলীৰ শাৰদীয় মুখ্য উৎসৱ হিছে কাতি বিহু ৷ এই বিহুৰ বাবে ব্যস্ত প্ৰতিজন মাজুলীয়াল ৷ আজি মাজুলীৰ আকাশত জ্বলিব আকাশ বন্তি ৷ | Read More

ETV Bharat Live Updates - MAJULI

09:25 AM, 17 Oct 2024 (IST)

আজি কাতি বিহু; আপোন পথাৰখনত আকাশ বন্তি জ্বলাবলৈ সাজু ঘৰফলীয়া জাপিসজীয়া গাঁওবাসী

Kongali bihu: সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰিছে চহা অসমীয়াই ৷ গাঁৱে-ভূঞে পৰিলক্ষিত হৈছে কাতি বিহুৰ প্ৰকৃত মাদকতা । পথাৰত আকাশ বন্তি জ্বলাবলৈ সাজু আমগুৰিবাসী ৷ | Read More

ETV Bharat Live Updates - EARTHEN LAMPS

09:26 AM, 17 Oct 2024 (IST)

'সেউজীয়া সপোন এটাৰ পাছে পাছে' গ্ৰন্থলৈ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা

Best Childrens Book Award : 'অকণিৰ সাহিত্য সভা'ৰ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান 'সেউজীয়া সপোন এটাৰ পাছে পাছে' গ্ৰন্থলৈ কৰা হৈছে । | Read More

ETV Bharat Live Updates - BEST CHILDRENS BOOK AWARD

08:48 AM, 17 Oct 2024 (IST)

চামগুৰিত ৰকিবুলৰ পুত্ৰৰ জয় বিচৰা নাই খোদ ভূপেন বৰাই: কোনে ঘটালে এই বিস্ফোৰণ ?

Assam Bypolls: উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল চামগুৰি । কংগ্ৰেছ-বিজেপিৰ সংঘাতক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এগৰাকী নেতাই কৰিলে বিস্ফোৰক মন্তব্য । চাওক সবিশেষ- | Read More

ETV Bharat Live Updates - ASSAM BYPOLLS

07:55 AM, 17 Oct 2024 (IST)

প্ৰায় 9 বছৰৰ পাচত জাতিংগাত দৃশ্যমান টাইগাৰ বিটাৰ্ন

Migratory birds Tiger Bittern: জাতিংগালৈ আহিছে হাজাৰ হাজাৰ আলহী পক্ষী ৷ ইয়াৰ মাজতে বহু বছৰৰ পাচত জাতিংগাত দেখা গৈছে বিৰল প্ৰজাতিৰ চৰাই টাইগাৰ বিটাৰ্ন ৷ | Read More

ETV Bharat Live Updates - MALAYAN NIGHT HERON

12:46 AM, 17 Oct 2024 (IST)

প্ৰাৰ্থনা আৰু ধ্যান কৰিলে লাভৱান হ'ব সিংহ ৰাশিৰ লোক...আৰ্থিক দিশত সুফল লাভ কৰিব এই ৰাশিৰ লোকে...চাওক আজিৰ দিনটোৰ ৰাশিফল

আজি মীন ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল... | Read More

ETV Bharat Live Updates - DAILY HOROSCOPE
Last Updated : 27 minutes ago

ABOUT THE AUTHOR

...view details