অসম

assam

Assam Breaking News Live: Sat Fri Oct 04 2024 অসমৰ সর্বশেষ সংবাদ

By Assam Live News Desk

Published : 4 hours ago

Published : 4 hours ago

Updated : 2 hours ago

Etv Bharat
Etv Bharat (Etv Bharat)

02:14 PM, 04 Oct 2024 (IST)

আমাৰ ভাষা জগত সভালৈ যোৱাৰ বাট মুকলি; আশাবাদী নমিতা দেৱী - Classical Language Assamese

Classical Language : অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদানত অৰিহণা যোগোৱা নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ নমিতা দেৱীক লৈ উৎফুল্লিত নলবাৰীবাসী । | Read More

ETV Bharat Live Updates - ধ্ৰুপদী ভাষা

01:22 PM, 04 Oct 2024 (IST)

এইবাৰ বতৰে ম্লান পেলাব নেকি দুৰ্গা পূজাৰ আনন্দ ? - IMD forecast Assam

Durga Puja 2024: দুৰ্গা পূজাৰ সময়ত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই । সেমেকিব পাৰে ৰাইজৰ পূজাৰ আনন্দ ৷ | Read More

ETV Bharat Live Updates - DURGA PUJA 2024

12:50 PM, 04 Oct 2024 (IST)

বড়ো সমাজৰ তিনিবিধ পৰম্পৰাগত পানীয়লৈ ভৌগলিক স্বীকৃতি; জানক ইয়াৰ বিশেষত্ব - BODO Traditional Rice Beer

Traditional Rice Beer of Assam: বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত পানীয়ই লাভ কৰিছে জি আই টেগ ৷ বড়োসকলৰ এইকেইবিধ পানীয়ৰ বিষয়ে কিছু কথা জানো আহক- | Read More

ETV Bharat Live Updates - GI TAGS FOR RICE BEER

12:04 PM, 04 Oct 2024 (IST)

অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহয়; কিয় ক'লে মুখ্যমন্ত্রীয়ে - Himanta Biswa Sarma Facebook live

Assamese language: অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰাৰ পিছত অৱসান ঘটিল এটা বিতৰ্কৰ । সামাজিক মাধ্যমযোগে বিভিন্ন প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া । | Read More

ETV Bharat Live Updates - RAKESH PAUL APSC

10:55 AM, 04 Oct 2024 (IST)

অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা; সামাজিক মাধ্যমত একাংশৰ আক্ষেপ কিয় ? - Classical language recognition

Assamese language: ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ অসমীয়া ভাষাৰ ৷ শিক্ষামন্ত্ৰীয়ে সকলোকে জনালে অভিনন্দন ৷ কিন্তু এটা বিশেষ কথাত সামাজিক মাধ্যমত দুখ প্ৰকাশ একাংশৰ ৷ | Read More

ETV Bharat Live Updates - ASSAMESE LANGUAGE

09:21 AM, 04 Oct 2024 (IST)

এইবাৰ গুৱাহাটীত দুৰ্গা পূজাৰ সময়ত মানিব লাগিব এইসমূহ নিৰ্দেশনা - Durga Puja 2024

Durga Puja in Guwahati: মহানগৰীত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত প্ৰশাসনৰ নিৰ্দেশনা । বাট-পথ বন্ধ কৰি দুৰ্গা পূজা উদযাপনত নিষেধাজ্ঞা । | Read More

ETV Bharat Live Updates - DURGA PUJA IN GUWAHATI

07:20 AM, 04 Oct 2024 (IST)

৩৫ কোটি টকা ব্যয়েৰে গুৱাহাটীত জাবৰ নিষ্কাশন প্ৰকল্প - Waste disposal plant in Guwahati

GMC Waste Disposal Project : গুৱাহাটীৰ জাবৰ-জোঁথৰ নিষ্কাশনৰ বাবে অভিলাষী প্ৰকল্প । ৩০০ মেট্ৰিক টন জাবৰ নিষ্কাশনৰ‌ পদক্ষেপ পৌৰ নিগমৰ । | Read More

ETV Bharat Live Updates - GMC WASTE DISPOSAL PROJECT
Last Updated : 2 hours ago

ABOUT THE AUTHOR

...view details