অসম

assam

ETV Bharat / sports

আই পি এল 2025 ৰ মেগা নিলামৰ দ্বিতীয় দিনটোত দলসমূহে ক্ৰয় কৰা খেলুৱৈৰ তালিকা...

আই পি এল 2025 ৰ মেগা নিলামৰ দ্বিতীয় দিনটোত কোন কোন খেলুৱৈৰ ওপৰত হ’ল ধনৰ বৰষুণ ? মূল্যৰ সৈতে খেলুৱৈসকলৰ সম্পূৰ্ণ তালিকা...

IPL Auction 2025
আই পি এল 2025 ৰ মেগা নিলাম (ETV Bharat Assam)

By ETV Bharat Sports Team

Published : Nov 26, 2024, 1:56 PM IST

স্প’ৰ্টছ ডেস্ক: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ মেগা নিলামৰ দ্বিতীয় দিনটোত জেদ্দাত 205 গৰাকী খেলুৱৈক বিড কৰা হৈছিল । নিলামত বিভিন্ন দলে 77 গৰাকী খেলুৱৈক ক্ৰয় কৰে ।

তাৰ পিছত নিলামৰ এক ত্বৰান্বিত ৰাউণ্ড আছিল, য'ত আটাইকেইটা দলে 33 গৰাকী খেলুৱৈৰ বাবে বিড কৰি তেওঁলোকক নিজৰ নিজৰ দলত অন্তৰ্ভুক্ত কৰিছিল । এনেদৰে 10 টা ফ্ৰেঞ্চাইজিয়ে মুঠ 110 গৰাকী খেলুৱৈক নিজৰ দলত অন্তৰ্ভুক্ত কৰে ৷

একে সময়তে 86 গৰাকী খেলুৱৈয়ে নিলামৰ দ্বিতীয় দিনা বিচাৰি পোৱা নাছিল কোনো ক্ৰেতা । ইয়াৰ বাহিৰেও নিলামৰ ত্বৰান্বিত ৰাউণ্ডতো 9 গৰাকী খেলুৱৈ বিক্ৰী নোহোৱাকৈ আছিল । এনেদৰে দুয়োটা দিন মিলি মুঠ 95 গৰাকী খেলুৱৈৰ বাবে নোলাল কোনো ক্ৰেতা ৷

আই পি এল নিলামৰ দ্বিতীয় দিনটোৰ সৰ্বাধিক চৰ্চিত বিষয়টো আছিল বিহাৰৰ 13 বছৰীয়া খেলুৱৈ বৈভৱ সূৰ্যবংশীক 30 লাখ বেছ মূল্যৰ পৰা একেকোবে 1.10 কোটি টকাত ক্ৰয় কৰাটো ৷ বৈভৱ হৈছে আই পি এলৰ ইতিহাসত কোনো দলে ক্ৰয় কৰা সকলোতকৈ কম বয়সৰ খেলুৱৈ । ক্ৰিকেটাৰগৰাকীক ক্ৰয় কৰে ৰাজস্থান ৰয়েলছে ৷

এই প্ৰতিবেদনত আই পি এল নিলামত বিক্ৰী আৰু বিক্ৰী নোহোৱা সকলো খেলুৱৈসকলৰ নাম, তথ্যৰ লগতে তেওঁলোকক কোনটো দলে কিমান টকাত ক্ৰয় কৰিলে, সকলো তথ্য উল্লেখ কৰা হৈছে-

আই পি এল নিলাম 2025 ৰ দ্বিতীয় দিনা বিক্ৰী হোৱা খেলুৱৈসকলৰ তালিকা:

  1. ৰোভমেন পাৱেল – কলকাতা নাইট ৰাইডাৰ্ছ – 1.5 কোটি
  2. ফাফ ডু প্লেচিছ – দিল্লী কেপিটেলছ – 2 কোটি
  3. ৱাশ্বিংটন সুন্দৰ - গুজৰাট টাইটানছ - 3.20 কোটি
  4. চেম কৰণ – চেন্নাই চুপাৰ কিংছ – 2.4 কোটি
  5. মাৰ্কো জানচেন – পঞ্জাৱ কিংছ – 7 কোটি
  6. ক্ৰুণাল পাণ্ডিয়া – ৰয়েছ চেলেঞ্জাৰ্ছ বেংগালুৰু – 5 কোটি 75 লাখ
  7. নীতিশ ৰাণা – ৰাজস্থান ৰয়েলছ – 4.20 কোটি
  8. ৰিয়ান ৰিকলেটন – মুম্বাই ইণ্ডিয়ানছ – 1 কোটি
  9. জছ ইংগলিছ – পঞ্জাৱ কিংছ – 2 কোটি 60 লাখ
  10. তুষাৰ দেশপাণ্ডে – ৰাজস্থান ৰয়েলছ – 6.50 কোটি
  11. গেৰাল্ড কোয়েটজি – গুজৰাট টাইটানছ – 2 কোটি 40 লাখ
  12. ভূৱনেশ্বৰ কুমাৰ – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 10 কোটি 75 লাখ
  13. মুকেশ কুমাৰ – দিল্লী কেপিটেলছ – 8 কোটি
  14. দীপক চাহাৰ - মুম্বাই ইণ্ডিয়ানছ - 9 কোটি 25 লাখ
  15. আকাশদীপ - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 8 কোটি
  16. লকি ফাৰ্গুচন – পঞ্জাৱ কিংছ – 2 কোটি
  17. আল্লা গজানফাৰ - মুম্বাই ইণ্ডিয়ানছ - 48 নিযুত
  18. শুভম ডুবে - ৰাজস্থান ৰয়েলছ - 80 লাখ
  19. শ্বেখ ৰছিদ - চেন্নাই চুপাৰ কিংছ - 30 লাখ
  20. হিম্মত সিং - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 30 লাখ
  21. অংশুল কম্বোজ - চেন্নাই চুপাৰ কিংছ - 3 কোটি 40 লাখ
  22. মহম্মদ আৰ্শাদ খান – গুজৰাট টাইটানছ – 1.3 কোটি
  23. দৰ্শন নলকান্দে - দিল্লী কেপিটেলছ - 30 লাখ
  24. স্বপ্নিল সিং - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু - 50 লাখ
  25. গুৰনুৰ ব্ৰাৰ - গুজৰাট টাইটানছ - 1.30 কোটি
  26. মুকেশ চৌধুৰী - চেন্নাই চুপাৰ কিংছ - 30 লাখ
  27. জিশান আনছাৰী - ছানৰাইজাৰ্ছ হায়দৰাবাদ - 40 লাখ
  28. এম সিদ্ধাৰ্থ - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 75 লাখ
  29. দিগেশ সিং - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 30 লাখ
  30. মনীষ পাণ্ডে - কলকাতা নাইট ৰাইডাৰ্ছ - 75 লাখ
  31. শ্বেৰফান ৰাডাৰফৰ্ড – গুজৰাট টাইটানছ – 2.60 কোটি
  32. শ্বাহবাজ আহমেদ - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 2 কোটি 40 লাখ
  33. টিম ডেভিদ – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 3 কোটি
  34. দীপক হুদা – চেন্নাই চুপাৰ কিংছ – 1.70 কোটি
  35. উইল জেকচ – মুম্বাই ইণ্ডিয়ানছ – 5 কোটি 25 লাখ
  36. আজমতুল্লাহ উমাৰজাই – পঞ্জাৱ কিংছ – 2.4 কোটি
  37. ছাই কিশোৰ - গুজৰাট টাইটানছ - 2 কোটি
  38. ৰোমাৰিঅ’ শ্বেফৰ্ড - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু - 1.5 কোটি
  39. স্পেন্সাৰ জনচন - কলকাতা নাইট ৰাইডাৰ্ছ - 2.80 কোটি
  40. ইশান্ত শৰ্মা - গুজৰাট টাইটানছ - 75 লাখ
  41. নুৱান থুচাৰা - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু - 1 কোটি 60 লাখ
  42. জয়দেৱ উনাদকট – ছানৰাইজাৰ্ছ হায়দৰাবাদ – 1 কোটি
  43. হৰনুৰ পান্নু - পাঞ্জাৱ কিংছ - 30 লাখ
  44. যুধবীৰ সিং - ৰাজস্থান ৰয়েলছ - 35 লাখ
  45. অশ্বনী কুমাৰ - মুম্বাই ইণ্ডিয়ানছ - 30 লাখ
  46. আকাশ সিং - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 30 লাখ
  47. গুৰজপনীত সিং – চেন্নাই চুপাৰ কিংছ – 2.20 কোটি
  48. মিচেল চেণ্টনাৰ – মুম্বাই ইণ্ডিয়ানছ – 2 কোটি
  49. জয়ন্ত যাদৱ - গুজৰাট টাইটানছ - 75 লাখ
  50. ফজলহক ফাৰুকী – ৰাজস্থান ৰয়েলছ – 2 কোটি
  51. কুলদীপ সেন - পাঞ্জাৱ কিংছ - 80 লাখ
  52. ৰিচ টপলী - মুম্বাই ইণ্ডিয়ানছ - 75 লাখ
  53. প্ৰিয়ংশ আৰ্য – পঞ্জাৱ কিংছ – 3.80 কোটি
  54. মনোজ ভাণ্ডে - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু - 30 লাখ
  55. বিপৰাজ নিগম - দিল্লী কেপিটেলছ - 50 লাখ
  56. শ্ৰীজিত কৃষ্ণন – মুম্বাই ইণ্ডিয়ানছ – 30 লাখ
  57. জেকব বেথেল - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু - 2.6 কোটি
  58. ব্ৰাইডন কাৰ - ছানৰাইজাৰ্ছ হায়দৰাবাদ - 1 কোটি
  59. এৰন হাৰ্ডি – পাঞ্জাৱ কিংছ – 1.25 কোটি
  60. কামিন্দু মেণ্ডিছ - ছানৰাইজাৰ্ছ হায়দৰাবাদ - 75 লাখ
  61. দুষ্মন্তা চামিৰা - দিল্লী কেপিটেলছ - 75 লাখ
  62. নাথান এলিছ – চেন্নাই চুপাৰ কিংছ – 2 কোটি
  63. চমাৰ জোছেফ - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 75 লাখ
  64. অনিকেত বাৰ্মা - ছানৰাইজাৰ্ছ হায়দৰাবাদ - 30 লাখ
  65. ৰাজ অংগদ বাৱা - মুম্বাই ইণ্ডিয়ানছ - 30 লাখ
  66. মুছিৰ খান - পঞ্জাৱ কিংছ - 30 লাখ
  67. সূৰ্যশ শেজ - পঞ্জাৱ কিংছ - 30 লাখ
  68. প্ৰিন্স যাদৱ - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 30 লাখ
  69. জেমি অভাৰটন – চেন্নাই চুপাৰ কিংছ – 1.5 কোটি
  70. জেভিয়াৰ বাৰ্টলেট - পাঞ্জাৱ কিংছ - 80 লাখ
  71. যুৱৰাজ চৌধুৰী - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 30 লাখ
  72. কমলেশ নগৰকোটি - চেন্নাই চুপাৰ কিংছ - 30 লাখ
  73. পাইলা অবিনাশ - পঞ্জাৱ কিংছ - 30 লাখ
  74. ৰামকৃষ্ণ ঘোষ - চেন্নাই চুপাৰ কিংছ - 30 লাখ
  75. সত্যনাৰায়ণ ৰাজু - মুম্বাই ইণ্ডিয়ানছ - 30 লাখ
  76. বৈভৱ সূৰ্যবংশী - ৰাজস্থান ৰয়েলছ - 1 কোটি 10 লাখ
  77. ঈশান মালিংগা - ছানৰাইজাৰ্ছ হায়দৰাবাদ - 1.20 কোটি

আই পি এল নিলামৰ ত্বৰিত ৰাউণ্ডত বিক্ৰী হোৱা খেলুৱৈসকলৰ তালিকা

  1. দেৱদত্ত পাডিক্কাল – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 2 কোটি টকা
  2. লাভনিথ চিছোদিয়া – কলকাতা নাইট ৰাইডাৰ্ছ – 30 লাখ
  3. শ্ৰেয়াছ গোপাল – চেন্নাই চুপাৰ কিংছ – 30 লাখ টকা
  4. গ্লেন ফিলিপছ – গুজৰাট টাইটানছ – 2 কোটি টকা
  5. আজিংক্য ৰাহানে – কলকাতা নাইট ৰাইডাৰ্ছ – 1.5 কোটি টকা
  6. ডোনোভান ফেৰেৰা – দিল্লী কেপিটেলছ – 75 লাখ টকা
  7. স্বস্তিক চিকাৰা – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 30 লাখ
  8. অনুকুল ৰয় - কলকাতা নাইট ৰাইডাৰ্ছ - 40 লাখ টকা
  9. বংশ বেদী – চেন্নাই চুপাৰ কিংছ – 55 লাখ টকা
  10. মইন আলী – কলকাতা নাইট ৰাইডাৰ্ছ – 2 কোটি টকা
  11. উমৰণ মালিক – কলকাতা নাইট ৰাইডাৰ্ছ – 75 লাখ টকা
  12. শচীন বেবী – ছানৰাইজাৰ্ছ হায়দৰাবাদ – 30 লাখ টকা
  13. আন্দ্ৰে সিদ্ধাৰ্থ – চেন্নাই চুপাৰ কিংছ – 30 লাখ
  14. ৰাজবৰ্ধন হাংগেৰগেকাৰ - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 30 লাখ
  15. অৰ্শিন কুলকাৰ্ণী – লক্ষ্ণৌ চুপাৰ জায়েণ্টছ – 30 লাখ টকা
  16. মেথিউ ব্ৰিটশ্কে - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 75 লাখ টকা
  17. কুইনা এমফাকা – ৰাজস্থান ৰয়েলছ – 1.5 কোটি টকা
  18. প্ৰবীণ দুবে – পঞ্জাৱ কিংছ – 30 লাখ টকা
  19. অজয় মণ্ডল – দিল্লী কেপিটেলছ – 30 লাখ টকা
  20. মনৱন্ত কুমাৰ – দিল্লী কেপিটেলছ – 30 লাখ টকা
  21. কৰিম জনাত - গুজৰাট টাইটানছ - 75 লাখ টকা
  22. বেভন জেকবছ – মুম্বাই ইণ্ডিয়ানছ – 30 লাখ
  23. ত্ৰিপূৰ্ণা বিজয় – দিল্লী কেপিটেলছ – 30 লাখ টকা
  24. মাধৱ তিৱাৰী – দিল্লী কেপিটেলছ – 40 লাখ টকা
  25. কুনাল ৰাথৌৰ – ৰাজস্থান ৰয়েলছ – 30 লাখ টকা
  26. অৰ্জুন তেণ্ডুলকাৰ – মুম্বাই ইণ্ডিয়ানছ – 30 লাখ টকা
  27. আজাদ উইলিয়ামছ - মুম্বাই ইণ্ডিয়ানছ - ₹75 লাখ
  28. কুলৱন্ত খেজৰোলিয়া – গুজৰাট টাইটানছ – 30 লাখ
  29. লুংগি এনগিডি – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 1 কোটি টকা
  30. অভিনন্দন সিং – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 30 লাখ টকা
  31. অশোক শৰ্মা - ৰাজস্থান ৰয়েলছ - 30 লাখ টকা
  32. ভিগনেশ পুথুৰ – মুম্বাই ইণ্ডিয়ানছ – 30 লাখ টকা
  33. মোহিত ৰাথী – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 30 লাখ টকা

আই পি এল নিলাম 2025-ৰ দ্বিতীয় দিনা বিক্ৰী নোহোৱা খেলুৱৈসকলৰ তালিকা

  1. কেন উইলিয়ামছন - নিউজিলেণ্ড
  2. পৃথ্বী শ্ব – ভাৰত
  3. শাৰ্দুল ঠাকুৰ - ভাৰত
  4. পীযুষ চাওলা - ভাৰত
  5. ডেৰিল মিচেল - নিউজিলেণ্ড
  6. ময়ংক আগৰৱালা - ভাৰত
  7. ছাই হোপ – ৱেষ্ট ইণ্ডিজ
  8. কে এছ ভাৰত - ভাৰত
  9. এলেক্স কেৰী – অষ্ট্ৰেলিয়া
  10. মুজিব উৰ ৰহমান - আফগানিস্তান
  11. বিজয়কান্ত ব্যস্কান্ত - শ্ৰীলংকা
  12. আকিল হোছেইন - ৱেষ্ট ইণ্ডিজ
  13. আদিল ৰছিদ - ইংলেণ্ড
  14. কেশৱ মহাৰাজ - দক্ষিণ আফ্ৰিকা
  15. মাধৱ কৌশিক - ভাৰত
  16. পুখৰাজ মান - ভাৰত
  17. ময়ংক ডগৰ – ভাৰত
  18. অবিনাশ অৰাৱল্লী - ভাৰত
  19. হৰ্ভিক দেশাই - ভাৰত
  20. চাকিব হুছেইন – ভাৰত
  21. বিদ্বাথ কাভেৰাপ্পা - ভাৰত
  22. ৰাজেন কুমাৰ - ভাৰত
  23. প্ৰশান্ত চোলাংকী - ভাৰত
  24. জাটেভড সুব্ৰমনিয়াম - ভাৰত
  25. ফিন এলেন – নিউজিলেণ্ড
  26. ডেৱাল্ড ব্ৰেভিছ - দক্ষিণ আফ্ৰিকা
  27. বেন ডাকেট – ইংলেণ্ড
  28. জছ ফিলিপ – অষ্ট্ৰেলিয়া
  29. মুস্তাফিজুৰ ৰহমান - বাংলাদেশ
  30. নবীন-উল-হক - আফগানিস্তান
  31. উমেশ যাদৱ - ভাৰত
  32. ৰিশাদ হোছেইন - বাংলাদেশ
  33. ঋষি ধৱন - ভাৰত
  34. শিৱম সিং - ভাৰত
  35. এল আৰ চেতন - ভাৰত
  36. ৰাঘৱ গোৱেল - ভাৰত
  37. বেলাপুড়ি যশৱন্ত - ভাৰত
  38. ব্ৰেণ্ডন কিং – ৱেষ্ট ইণ্ডিজ
  39. পাথুম নিশাংকা - শ্ৰীলংকা
  40. ষ্টিভ স্মিথ – অষ্ট্ৰেলিয়া
  41. গছ এটকিনচন - ইংলেণ্ড
  42. চিকান্দৰ ৰাজা – জিম্বাব’ৱে
  43. ৰিচাৰ্ড গ্লিচন - ইংলেণ্ড
  44. আলজাৰি জোচেফ - ৱেষ্ট ইণ্ডিজ
  45. লিউক উড – ইংলেণ্ড
  46. শচীন দাস - ভাৰত
  47. অৰ্পিত গুলেৰিয়া - ভাৰত
  48. চৰফৰাজ খান - ভাৰত
  49. কাইল মেয়াৰ্ছ – ৱেষ্ট ইণ্ডিজ
  50. মেথিউ শ্বৰ্ট – অষ্ট্ৰেলিয়া
  51. জেচন বেহৰেনডৰ্ফ – অষ্ট্ৰেলিয়া
  52. শিৱম মাভি - ভাৰত
  53. নৱদীপ সাইনী - ভাৰত
  54. চলমান নিজাৰ – ভাৰত
  55. ইমানজোৎ চাহাল - ভাৰত
  56. দেৱেশ শৰ্মা - ভাৰত
  57. নমন তিৱাৰী - ভাৰত
  58. মাইকেল ব্ৰেছৱেল – নিউজিলেণ্ড
  59. অটনিল বাৰ্টমেন - দক্ষিণ আফ্ৰিকা
  60. দিলশান মদুশংকা - শ্ৰীলংকা
  61. এডাম মিলনে – নিউজিলেণ্ড
  62. উইলিয়াম অ'ৰাউৰ – নিউজিলেণ্ড
  63. চেতন সকাৰিয়া - ভাৰত
  64. সন্দীপ ৱাৰিয়াৰ – ভাৰত
  65. আব্দুল বাসিত - ভাৰত
  66. তেজস্বী দাহিয়া – ভাৰত
  67. লেন্স মৰিছ - অষ্ট্ৰেলিয়া
  68. অলি ষ্টোন – ইংলেণ্ড
  69. ৰাজ লিম্বানি - ভাৰত
  70. শিৱ সিং - ভাৰত
  71. অংশুমান হুদা – ভাৰত
  72. দ্ৱাইন প্ৰিটোৰিয়াছ - দক্ষিণ আফ্ৰিকা
  73. ব্লেছিংছ মুজাৰাবাণী – জিম্বাব’ৱে
  74. ব্ৰেণ্ডন মেকমুলেন – স্কটলেণ্ড
  75. অতীত শেঠ - ভাৰত
  76. বিজয় কুমাৰ - ভাৰত
  77. ৰষ্টন চেজ - ৱেষ্ট ইণ্ডিজ
  78. নাথান স্মিথ – নিউজিলেণ্ড
  79. কাইল জেমিচন – নিউজিলেণ্ড
  80. ক্ৰিছ জৰ্ডান - ইংলেণ্ড
  81. ৰিপল পেটেল – ভাৰত
  82. অবিনাশ সিং - ভাৰত
  83. সঞ্জয় যাদৱ - ভাৰত
  84. উমং কুমাৰ - ভাৰত
  85. দিগ্বিজয় দেশমুখ - ভাৰত
  86. যশ দাবাচ - ভাৰত

আই পি এল নিলামৰ ত্বৰান্বিত ৰাউণ্ডত বিক্ৰী নোহোৱা খেলুৱৈসকলৰ তালিকা

  1. ডেভিদ ৱাৰ্ণাৰ – অষ্ট্ৰেলিয়া
  2. অনমোলপ্ৰীত সিং - ভাৰত
  3. ৰাজকুমাৰ চৌধুৰী – ভাৰত
  4. তনুশ কোটিয়ান - ভাৰত
  5. মুৰুগান অশ্বিন - ভাৰত
  6. টম লাথাম – নিউজিলেণ্ড
  7. লুচ ডু প্লুই - দক্ষিণ আফ্ৰিকা
  8. শিৱালিক শৰ্মা - ভাৰত
  9. খ্ৰীভিটচো কেনছে - ভাৰত

লগতে পঢ়ক:মেগা নিলামৰ দ্বিতীয়টো দিন; ভূৱনেশ্বৰ, দীপককে ধৰি 5 ভাৰতীয় সৰ্বাধিক ব্যয়বহুল বলাৰ

ABOUT THE AUTHOR

...view details