গুৱাহাটী, 26 এপ্ৰিল: ৰাজ্যত পাঁচটা লোকসভা সমষ্টিত আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰাই স্বতস্ফূৰ্তভাৱে ওলাই আহিছে ভোটাৰ ৰাইজ । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ 61 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ 35 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 61 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা 61 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হ'ব ই ভি এমত ।
সমষ্টি অনুসৰি প্ৰাৰ্থীৰ তালিকা
দৰং-ওদালগুৰি লোকসভা সমষ্টি
দৰং-ওদালগুৰি লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 11 গৰাকী প্ৰাৰ্থীয়ে :
বিজেপিৰ দিলীপ শইকীয়া
কংগ্ৰেছৰ মাধৱ ৰাজবংশী
বি পি এফৰ দুৰ্গা দাস বড়ো
ভাৰতীয় জৱান কিষান পাৰ্টীৰ অৰুণ বৰা
ৰিপাব্লিকান পার্টি অব ইণ্ডিয়াৰ (আঠাৱালে) আবুল কাছেম
ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ আব্দুল হামেদ
এছ ইউ চি আইৰ (চি) জীতেন্দ্ৰ চলিহা
ভাৰতীয় গণ পৰিষদৰ বীৰেণ বসাক
ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ ললিত পেগু
গণ সুৰক্ষা পাৰ্টীৰ স্বৰ্ণ দেৱী
নিৰ্দলীয় ডেনিয়েল মাৰ্ডী
ডিফু লোকসভা সমষ্টি
ডিফু লোকসভা সমষ্টিত অৱতীৰ্ণ হৈছে 5 গৰাকী প্ৰাৰ্থী
কংগ্ৰেছৰ জয়ৰাম ইংলেং
বিজেপিৰ অমৰছিং তিছ'
এ এছ ডি চিৰ জৎছন বে'
গণ সুৰক্ষা পার্টীৰ জন বাৰ্নাড চাংমাই
নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰ
কৰিমগঞ্জ লোকসভা সমষ্টি
কৰিমগঞ্জ লোকসভা সমষ্টিত অৱতীৰ্ণ হৈছে 24 গৰাকী প্ৰাৰ্থী :
বিজেপিৰ কৃপানাথ মাল্লা
কংগ্ৰেছৰ হাফিজ ৰচিদ আহমেদ চৌধুৰী
এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰী
ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ আহাদ উদ্দিন
বেংগলী নৱনিৰ্মাণ সেনাৰ দেৱাশীষ ঘোষ
ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) প্ৰাজ্জ্বল সুদীপ দেৱ
নিৰ্দলীয় আব্দুচ সুভন্ট তপাদাৰ
নির্দলীয় আব্দুল কালাম মজুমদাৰ
নিৰ্দলীয় আব্দুল গফৰ তালুকদাৰ
নিৰ্দলীয় আব্দুল বাচিত তপাদাৰ
নিৰ্দলীয় আব্দুল হামিদ
নিৰ্দলীয় আলিম উদ্দিন মজুমদাৰ
নিৰ্দলীয় গোপাল চন্দ্ৰ পাল