অসম

assam

ৰামোজী ৰাওৰ কিছু বিৰল-মূল্যৱান মুহূৰ্ত: য’ত সজীৱ হৈ থাকিব স্মৃতি - Ramoji Rao

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 5:27 PM IST

Ramoji Rao: বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ চহৰ নিৰ্মাণ কৰা ৰামোজী ৰাওৱে আজি এই পৃথিৱীৰ পৰা বিদায় মাগে । আজি সমগ্ৰ দেশে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । সেয়ে আজিৰ এই দিনটোত পূৰ্বে নেদেখা তেওঁৰ কিছুমান পুৰণি ছবিৰ কিছু বিশেষ মুহূৰ্তৰ জৰিয়তে তেওঁৰ ব্যক্তিত্বৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক... (ETV Bharat)
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্ব. এন টি ৰামা ৰাও আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ সৈতে ৰামোজী ৰাও (ETV Bharat)
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনাত ৰামোজী ৰাও (ETV Bharat)
ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাওৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰি থকাৰ সময়ত । (ETV Bharat)
ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ সৈতে ৰামোজী ৰাও । (ETV Bharat)
প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱানীৰ সৈতে ৰামোজী ৰাও । (ETV Bharat)
ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাওৰ ফিল্ম চিটী ভ্ৰমণ ৷ (ETV Bharat)
ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাওৰ সৈতে তেলুগু অভিনেতা চিৰঞ্জীৱী ৷ (ETV Bharat)
প্ৰাক্তন ৰাষ্ট্ৰপতিৰ সৈতে স্বৰ্গীয় ৰামোজী ৰাওৱে প্ৰণৱ মুখাৰ্জীৰ পৰা পদ্ম বিভূষণ বঁটা গ্ৰহণ কৰি থকাৰ সময়ত । (ETV Bharat)
অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন টি ৰামা ৰাওৰ সৈতে ৰামোজী ৰাও ৷ (ETV Bharat)
প্ৰাক্তন গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথন আনন্দৰ সৈতে ৰামোজী ৰাও ৷ (ETV Bharat)
ৰামোজী ৰাওৰ সৈতে চলচ্চিত্ৰ অভিনেতা টোটেম্পুডী গোপীচন্দৰ বিবাহ অভ্যৰ্থনাৰ সময়ত ৷ (ETV Bharat)
তেলুগু অভিনেতা মহেশ বাবুৰ সৈতে ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাও ৷ (ETV Bharat)
ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাওৰ পুৰণি স্মৰণীয় ফটো ৷ (ETV Bharat)
চন্দ্ৰবাবু নাইডুৰ সৈতে আড্ডা দিয়াৰ সময়ত ৰামোজী ৰাও ৷ (ETV Bharat)
তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাও । (ETV Bharat)
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাও ৷ (ETV Bharat)
ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাওৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এছ জয়পাল ৰেড্ডী ৷ (ETV Bharat)
ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাওৰ সৈতে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডু আৰু ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰ ৷ (ETV Bharat)
তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰৰ সৈতে বাৰ্তালাপত ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাও ৷ (ETV Bharat)
ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাওৱে ইটিভি ভাৰত এপ মুকলি কৰি থকাৰ সময়ত ৷ (ETV Bharat)
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় এন টি ৰামা ৰাওৰ সৈতে ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাও ৷ (ETV Bharat)
প্ৰকাশ জাভাড়েকাৰৰ সৈতে ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাও ৷ (ETV Bharat)
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাও ৷ (ETV Bharat)
গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ৰামোজী ৰাও ৷ (ETV Bharat)

ABOUT THE AUTHOR

...view details