ETV Bharat / photos
ব্যৱসায়িক সন্মিলন এডভাণ্টেজ আছাম ২.০ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি প্ৰধানমন্ত্ৰীৰ - ADVANTAGE ASSAM 2

সোমবাৰে মাদল, ধমচা, বাঁহী, তালৰ সুৰধ্বনিত গুঞ্জৰিত হৈ উঠিল সৰুসজাই ৷ ‘‘ঝুমইৰ বিনন্দিনী’’ত অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ডবা কোবাই নিশা প্ৰায় ৭.৫০বজাত প্ৰধানমন্ত্ৰীয়ে ঝুমুৰ নৃত্যানুষ্ঠানৰ আৰম্ভণি কৰে । অনুষ্ঠানৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ ‘‘এডভাণ্টেজ আছাম২.০’’ সন্মিলনৰ প্ৰদৰ্শনী মুকলি কৰে । (@narendramodi X)
এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি প্ৰধানমন্ত্ৰীৰ (@narendramodi X)খানাপাৰা খেলপথাৰত অস্থায়ীকৈ নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে এডভাণ্টেজ অসম ২.০ (@narendramodi X)এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ প্ৰদৰ্শনী পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ (@narendramodi X)প্ৰদৰ্শনীস্থলীৰ বিভিন্ন দিশ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ (@narendramodi X)ইয়াৰ পূৰ্বে সৰুসজাইত অনুষ্ঠিত ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰীয়ে (@narendramodi X)প্ৰধানমন্ত্ৰীক এখন বিশেষভাৱে সজ্জিত বাহনেৰে সৰুসজাই ষ্টেডিয়াম প্ৰদক্ষিণ কৰোৱা হয়, লগত থাকে অসমৰ মুখ্যমন্ত্ৰীও (@himantabiswa X)ডবা কোবাই প্ৰধানমন্ত্ৰীয়ে আৰম্ভণি কৰে ঝুমুৰ নৃত্যানুষ্ঠান (@narendramodi X)৯০০০ সহস্ৰাধিক নৃত্যশিল্পীয়ে পৰিবেশন কৰে অনুষ্ঠানত (@narendramodi X)ঝুমইৰ বিনন্দিনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰীয়ে (@narendramodi X) Last Updated : Feb 25, 2025, 10:47 AM IST