সোমবাৰে ৰাম মন্দিৰৰ অভিষেক; দেওবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাম নামৰ গুঞ্জন - জয় শ্ৰীৰাম ধ্বনি
![](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-01-2024/1200-675-20563737-thumbnail-16x9-ram-rally.jpg)
Ayodhya Ram Temple : কাইলৈ অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৷ যাৰ বাবে ৰামময় হৈ পৰিছে দেশ তথা ৰাজ্য ৷ চৌদিশে মাথো শুনিবলৈ পোৱা গৈছে ৰামৰ বন্দনা ৷
Published : Jan 21, 2024, 10:36 PM IST