অসম

assam

অশ্ৰুসিক্ত নয়নেৰে ভক্তই বিদায় জনালে গণপতিক - Ganesh Chaturthi 2024

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 5:31 PM IST

ভাদ মাহৰ শুক্ল পক্ষৰ ১৪ তাৰিখৰ পৰা পালন কৰা গণেশ পূজাৰ আজি অন্ত পৰিব ৷ গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশ মত্যলৈ নামি আহি তেওঁৰ ভক্তসকলক পৰৱৰ্তী ১০ দিন সেৱা আৰু ভক্তি কৰাৰ সুযোগ দিয়ে । অহা বছৰ পুনৰ পূজা কৰাৰ আশাৰে আজিৰ দিনটোতে ভক্তসকলে প্ৰিয় গণপতি বাপ্পাক বিদায় দিয়ে ৷ (PTI)
চেন্নাইৰ মেৰিন উপকূলৰ বংগোপসাগৰত গণেশৰ মূৰ্তি বিসৰ্জন (PTI)
বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু মাতৃ তথা প্ৰবীণ অভিনেত্ৰী নীতু কাপুৰে গণপতি বিসৰ্জনৰ অনুষ্ঠানত অংশ লয় (ANI)
হায়দৰাবাদৰ পঞ্চমুখ ৰুদ্ৰ মহা গণেশৰ মূৰ্তি বিসৰ্জন যাত্ৰাত ভক্তৰ ভিৰ (ANI)
বিসৰ্জনৰ বাবে নিয়া হৈছে ‘মুম্বাইচা ৰাজা’ (PTI)
মুম্বাইত গণেশ উৎসৱৰ সময়ত লালবাগচা ৰাজাৰ আশীৰ্বাদ ল’লে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই (PTI)
কন্যাকুমাৰীত গণেশৰ মূৰ্তি বিসৰ্জনত অংশগ্ৰহণ অগণন ভক্তৰ (PTI)
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ বাসগৃহত আয়োজিত গণেশ চতুৰ্থী উৎসৱত বলীউডৰ অভিনেতা ছলমান খান (PTI)
হায়দৰাবাদৰ হুছেইন সাগৰত গণেশৰ মূৰ্তি বিসৰ্জন (PTI)
গণপতিৰ কাণত নিজৰ ইচ্ছাক প্ৰকাশ কৰিলে এগৰাকী ভক্তই (ANI)
মুম্বাইত গণেশ চতুৰ্থী উৎসৱৰ অন্তিম দিনা লালবাগচা ৰাজাৰ বিসৰ্জন শোভাযাত্ৰা উলিয়ায় ভক্তসকলে (ANI)
মুম্বাইৰ লালবাগচাত গণেশ চতুৰ্থী উৎসৱৰ অন্তিম দিনা লালবাগচা ৰজাৰ বিসৰ্জন শোভাযাত্ৰা উলিয়ায় ভক্তসকলে (ANI)
মুম্বাইত দহদিনীয়া গণেশ চতুৰ্থী উৎসৱৰ দ্বিতীয় দিনা ভক্তসকলে গণেশৰ মূৰ্তি বিসৰ্জন কৰে (ANI)

ABOUT THE AUTHOR

...view details