মেষ ৰাশি :ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালবৰ্গৰ লগত বিবাদ আৰু তৰ্ক হ’ব ৷ মনটো অশান্ত হৈ থাকিব ৷ অধৈৰ্য হৈ থাকিব ৷ বৌদ্ধিক আলোচনা আৰু তৰ্কযুদ্ধত অংশগ্ৰহণ কৰাৰ পৰা আঁতৰত থাকিব ৷ ব্যয় বৃদ্ধি ৷ ভ্ৰমণ স্থগিত ৰাখক ৷
বৃষ ৰাশি: দিনটোৰ আৰম্ভণি খুব ভাল হ’ব ৷ কৰ্মস্থলীত সফল হ’ব ৷ খং দমন কৰি থাকিব ৷ খ্যাতি দ্ৰুতভাৱে বৃদ্ধিত হ’ব ৷ নিৰাশা আৰু উদ্বেগ সৃষ্টি হ’ব ৷
মিথুন ৰাশি: শান্ত আৰু সংযমিতৰূপে ৰাখক ৷ দিনটোৰ আৰম্ভণিতে উদ্বিগ্ন কৰি তুলিব পাৰে ৷ ব্যয় বৃদ্ধি ৷ গ্ৰহ-নক্ষত্ৰসমূহে শিক্ষাৰ্থীৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে, সফলতা লাভ ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আৰ্থিক লাভ হ’ব ৷
কৰ্কট ৰাশি: ক্ৰোধক নিয়ন্ত্ৰণত ৰাখিব ৷ মানসিক আৰু শাৰীৰিক অৱস্থা অতি উন্নত হ‘ব ৷ মন, শৰীৰ ভালে থাকিব ৷ নেতিবাচকতা চিন্তাই আগুৰি ধৰিব ৷
সিংহ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কথা কওতে সাৱধান হ’ব ৷ কাজিয়া হ’ব ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷ যুক্তিসংগত আৰু শান্ত কথা ক’ব ৷ প্ৰিয়জনৰ মাজৰ বান্ধোন অধিক শক্তিশালী হ’ব ৷
কন্যা ৰাশি: লাভ বৃদ্ধি ৷ দিনটো ভালদৰেই আৰম্ভ হ’ব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সিদ্ধান্ত লওতে অলপ খেলিমেলি হ’ব পাৰে ৷ মানসিক চিন্তাই আগুৰি ধৰিব ৷ ভুল বুজাবুজি আৰু বিবাদৰ পৰা আঁতৰি থাকিব । স্বাস্থ্যৰ অৱনতি হ’ব পাৰে; যত্ন ৰাখিব ৷
তুলা ৰাশি: শুভ দিন ৷ পেচাগত দিশত সফল হ’ব ৷ পদোন্নতি বা বেতন বৃদ্ধি হ’ব পাৰে ৷ পৰিয়ালৰ সদস্যসকলৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বিবাহৰ বাবে উপযুক্ত সময় ৷ স্বাস্থ্যবান হৈ থাকিব ৷
বৃশ্চিক ৰাশি: ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিব ৷ গ্ৰহ-নক্ষত্ৰৰ পৰা আশীৰ্বাদ লাভ কৰিব ৷ বেতন বৃদ্ধি, পদোন্নতি, বিদেশভ্ৰমণ, ভাল স্বাস্থ্য, আমোদ-প্ৰমোদ, আৰু সৌভাগ্য লাভ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
ধনু ৰাশি: দিনটো উন্নত হ’ব ৷ নিৰাশা, ক্ৰোধ, হতাশা বা এলাহৰ নকৰিব; আশাবাদী হওক আৰু আগবাঢ়ি যাওক ৷ যুক্তিতৰ্ক আৰু কাজিয়া কৰা লোকৰ পৰা আঁতৰি থাকিব ৷ মধ্যাহ্নৰ পিছত, ঘৰুৱা পৰিৱেশ উন্নত হ’ব ৷ নেতিবাচকতা চিন্তাৰ পৰা বিৰতি পাবৰ বাবে প্ৰাৰ্থনা, ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক ৷
মকৰ ৰাশি:মিশ্ৰিত দিন ৷ পেচাগত দিশত লাভৱান হ’ব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মানসিক আৰু শাৰীৰিক সুস্থতা নিম্নগামী হ’ব ৷ শান্ত হৈ থাকিব ৷ নেতিবাচক চিন্তাই উদিগ্ন কৰি তুলিব পাৰে ৷
কুম্ভ ৰাশি:আৰ্থিক আৰু পেচাগত লাভ বৃদ্ধি ৷ দিন ফলপ্ৰসূ হ’ব; বেতন বৃদ্ধি আৰু পদোন্নতিৰ আশা কৰিব পাৰি ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণলৈ যাব পাৰে ৷
মীন ৰাশি:দিনটো মধ্যমীয়া হ’ব ৷ মানসিক অস্থিৰতা, উদ্বেগ আৰু ক্লান্তি অনুভৱ কৰিব ৷ ধ্যান কৰা বা যোগাসন কৰিবলগা হ’ব পাৰে ৷ আকস্মিক ব্যয় হব পাৰে; ধন সাজু ৰাখিব ৷ স্বাস্থ্য বৰ ভালে নাযাব ৷ পেচাগত দিশত উন্নতি লাভ কৰিব ৷