চিটাৰা ডেস্ক, ১৮ জুলাই: ১৭ জুলাই বুধবাৰে ৭৬ সংখ্যক এমি বঁটাৰ বাবে মনোনয়ন ঘোষণা কৰা হয় । টনি হেল আৰু শ্বেৰিল লি ৰালফে এল কেপিটান থিয়েটাৰৰ পৰা লাইভত মনোনয়ন ঘোষণা কৰে । টেলিভিছনৰ বাবে নিৰ্মিত কমেডী, একচন ছিৰিজ আৰু ছবি সামৰি ১৬টা ডাঙৰ শিতান সৃষ্টি কৰা হৈছে । মনোনয়নৰ তালিকাত ‘দ্য বিয়াৰ’ই কমেডী-চিৰিজৰ বাবে ২৩টা মনোনয়ন লাভ কৰিছে । একে সময়তে এফ এক্সৰ বাবে সকলো শাখাতে ২৫টা মনোনয়ন লাভ কৰি আগবাঢ়ি আছে ‘শ্বোগুন’ (Shogun) । ১৫ ছেপ্টেম্বৰ দেওবাৰে লছ এঞ্জেলছৰ পিকক থিয়েটাৰত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান ।
কেতিয়া আৰু ক’ত উপভোগ কৰিব ?
১৫ ছেপ্টেম্বৰ দেওবাৰে লছ এঞ্জেলছৰ পিকক থিয়েটাৰত অনুষ্ঠিত হ’ব ৭৬ সংখ্যক এমি বঁটা প্ৰদান অনুষ্ঠান । ১৫ ছেপ্টেম্বৰত নিশা ৮ বজাত পিটিত এবিচিত লাইভ প্ৰচাৰ কৰা হ’ব । ইয়াৰ আয়োজক আছিল টনি হেল আৰু শ্বেৰিল লি ৰালফে । বিগত এমি বঁটাত ‘ছাকচেচন’ আৰু ‘দ্য বিয়াৰ’ শীৰ্ষ বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু এওঁলোকে ছটাকৈ বঁটা লাভ কৰিছিল ।
তলত মনোনীতসকলৰ সম্পূৰ্ণ তালিকা চাওক:
শ্ৰেষ্ঠ নাট্য ধাৰাবাহিক
- ফ'লআউট
- দ্য গিল্ডেড এজ
- দ্য মৰ্নিং শ্ব'
- মিষ্টাৰ আৰু মিচেছ স্মিথ
- শ্বোগুন
- শ্ল হৰ্চেচ
- 3 বডি প্ৰব্লেম
নাট্য ধাৰাবাহিকৰ শ্ৰেষ্ঠ মুখ্য চৰিত্ৰৰ অভিনেতাৰ তালিকাত আছে
- ইদ্ৰিছ এলবা
- হাইজেক
- ডোনাল্ড গ্লভাৰ
- মিষ্টাৰ এণ্ড মিচেছ স্মিথ
- ৱালটন গগিন্স
- ফ'লআউট
- গেৰী অল্ডমেন
- শ্ল হৰ্চেচ
- হিৰোয়ুকি চানাদা
- শ্বোগুন
- ডমিনিক ৱেষ্ট
- দ্য ক্রাউন
নাট্য ধাৰাবাহিকৰ শ্ৰেষ্ঠ মুখ্য চৰিত্ৰৰ অভিনেত্ৰীৰ তালিকাত আছে
- জেনিফাৰ এনিষ্টন- দ্য মৰ্নিং শ্ব'
- কেৰী কুন- দ্য গিল্ডেড এজ
- মায়া এৰস্কাইন- মিষ্টাৰ এণ্ড মিচেছ স্মিথ
- আন্না ছাৱাই- শ্বোগুন
- ইমেল্ডা ষ্টাউণ্টন- দ্য ক্রাউন
- ৰিজ উইদাৰস্পুন- দ্য মৰ্নিং শ্ব'
নাট্য ধাৰাবাহিকৰ অসাধাৰণ সহযোগী অভিনেতাৰ তালিকাত আছে
- টাডানোবু আছানো-শ্বোগুন
- বিলি ক্ৰুডাপ-দ্য মৰ্নিং শ্ব'
- মাৰ্ক ডুপ্লাছ-দ্য মৰ্নিং শ্ব'
- জন হাম-দ্য মৰ্নিং শ্ব'
- টাকেহিৰো হিৰা-শ্বোগুন
- জেক ল'ডেন-শ্ল হৰ্চেচ
- জনাথন প্ৰাইচ-দ্য ক্রাউন
নাট্য ধাৰাবাহিকৰ অসাধাৰণ সহযোগী অভিনেত্ৰীৰ তালিকাত আছে
- ক্ৰীষ্টিন বাৰানস্কি- দ্য গিল্ডেড এজ
- নিকোল বেহাৰী- দ্য মৰ্নিং শ্ব'
- এলিজাবেথ ডেবিকি- দ্য ক্রাউন
- গ্ৰেটা লি- দ্য মৰ্নিং শ্ব'
- লেচলি মেনভিল- দ্য ক্রাউন
- কেৰেন পিটমেন- দ্য মৰ্নিং শ্ব'
- হলণ্ড টেইলৰ- দ্য মৰ্নিং শ্ব'
কমেডী ছিৰিজৰ অসাধাৰণ মুখ্য অভিনেতা
- মেট বেৰী- হোৱাট উই ডু ইন দ্য শ্বেড’ছ
- লেৰী ডেভিড- ক্ৰাব ইয়ৰ এন্ঠোছিয়াজিম
- ষ্টিভ মাৰ্টিন- অনলি মাৰ্ডাৰছ ইন দ্য বিল্ডিংগ
- মাৰ্টিন শ্বৰ্ট-অনলি মাৰ্ডাৰছ ইন দ্য বিল্ডিংগ
- জেৰেমি এলেন হোয়াইট - দ্য বিয়েৰ
- ডি'ফেৰাউ উন-এ-টাই - ৰিজাৰভেশ্বন ডগছ
কমেডী ছিৰিজৰ অসাধাৰণ মুখ্য অভিনেত্ৰীৰ তালিকাত আছে
- কুইন্টা ব্ৰুন্সন -এবট এলেমেন্টাৰী
- আয়ো এদেবিৰি -দ্য বিয়েৰ
- চেলিনা গোমেজ -অনলি মাৰ্ডাৰছ ইন দ্য বিল্ডিংগ
- মায়া ৰুডলফ - লুট
- জিন স্মাৰ্ট- হেকছ
- ক্ৰিষ্টেন উইগ- পাম ৰয়েল
কমেডী ছিৰিজৰ অসাধাৰণ সহযোগী অভিনেতাৰ তালিকাত আছে
- লিয়নেল বয়ছ- দ্য বিয়েৰ
- পল ডব্লিউ ডাউন্স -হেক
- ইবন মছ-বাচ্ৰাচ -দ্য বিয়েৰ
- পল ৰুড- অনলি মাৰ্ডাৰছ ইন দ্য বিল্ডিং
- টাইলাৰ জেমছ উইলিয়ামছ- এবট এলেমেন্টাৰী
- ব'ৱেন ইয়াং- চেটাৰ্ডে নাইট লাইভ
কমেডী ছিৰিজৰ অসাধাৰণ সহযোগী অভিনেত্ৰীৰ তালিকাত আছে
- কেৰল বাৰ্নেট- পাম ৰয়েল
- লিজা কলন-জায়াছ- দ্য বিয়েৰ
- হান্নাহ আইনবিণ্ডাৰ- হেকচ্
- জেনেল জেমছ- এবট এলেমেন্টাৰী
- শ্বেৰিল লি ৰালফ- এবট এলেমেন্টাৰী
- মেৰিল ষ্ট্ৰিপ- অনলি মাৰ্ডাৰছ ইন দ্য বিল্ডিং