মেষ ৰাশি : লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷ আৰ্থিক লাভৰ যোগ ৷ সামাজিকভাৱে, খ্যাতি আৰু মৰ্য্যদা বৃদ্ধি পাব৷ আপোনাৰ ব্যৱসায় বিস্তাৰ হ’ব ৷ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ অপেক্ষা কৰাসকলৰ বাবে, শীঘ্ৰেই বিবাহৰ ঘণ্টা শুনিবলৈ পাব । দিনটোৰ বিয়লি ভাগত কিছু স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে ৷ পৰিয়ালৰ পৰা আতৰত থাকক ৷
বৃষ ৰাশি :ব্যৱসায়ৰ বাবে এটা সুন্দৰ দিন । কৰ্মস্থলীত প্ৰশংসা লাভ কৰিব । নাম, যশ আৰু সামাজিক মান্যতা অৰ্জন কৰিব । আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে । প্ৰিয়জনৰ লগত সময় পাৰ কৰক ৷ নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ বাবে সঠিক সময় । বিয়লি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰক ৷
মিথুন ৰাশি : কৰ্মস্থলত উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক বেয়া নকৰিব । বিলাসী ব্যয় কৰাৰ সম্ভাৱনা আছে । মনটো সুখী কৰি ৰাখক ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ যোগ আছে।
ককৰ্ট ৰাশি :সাৱধানতা অৱলম্বন কৰক । অবৈধ আৰু অনৈতিক কামৰ পৰা বিৰত থাকক ৷ কঠোৰ শব্দ প্ৰয়োগ কৰাৰ পূৰ্বে ভাবি চাওক। কৰ্মক্ষেত্ৰত অন্য লোকৰ ব্যৱহাৰে আপোনাক আঘাত দিব পাৰে ৷ প্ৰতিদ্বন্দ্বীৰ লগত বিবাদ বৃদ্ধি হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক।
সিংহ ৰাশি : আপুনি সুস্থ, শাৰীৰিক আৰু মানসিক স্থিতিত থাকিব । বন্ধু বৰ্গ আৰু পৰিয়ালৰ লগতে সামাজিক দিশত শুভ ৷ ব্যৱসায়ত লাভান্বিত হ’ব । দিনটোৰ বিয়লিভাগত, অপ্ৰত্যাশিত ব্যয়ৰ বাবে কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে । ভগৱানৰ নাম লওক ৷
কন্যা ৰাশি : আপুনি আবেগিক আৰু অধিক সংবেদনশীল হৈ থকাৰ সম্ভাৱনা আছে । ই আপোনাক কামত মনোনিবেশ কৰাত সহায় কৰিব পাৰে । আপোনাৰ সফলতাৰ বাবে আপুনি প্ৰশংসাৰ পাত্ৰ হ’ব । পৰিয়ালৰ লগত ভ্ৰমণ কৰিবলৈ যাওক ৷