ETV Bharat / state

ବାଲିମେଳା ବିଜ୍ଞାନ ମହାବିଦ୍ୟାଳୟ ସମ୍ମୁଖରେ ଛାତ୍ରଛାତ୍ରୀଙ୍କ ଧାରଣା - ବାଲିମେଳା ବିଜ୍ଞାନ ମହାବିଦ୍ୟାଳୟ ସମ୍ମୁଖରେ ଛାତ୍ରଛାତ୍ରୀଙ୍କ ଧାରଣା

ମାଲକାନଗିରି ଜିଲ୍ଲା ବାଲିମେଳା ବିଜ୍ଞାନ ମହାବିଦ୍ୟାଳୟରେ ଅଧ୍ୟାପକ ପଦବୀ ଖାଲି ପଡିଥିବାରୁ ଛାତ୍ରଛାତ୍ରୀଙ୍କ ମଧ୍ୟରେ ତୀବ୍ର ଅସନ୍ତୋଷ ଦେଖିବାକୁ ମିଳିଛି ।

ଫଟୋ ସୌଜନ୍ୟ:ସମ୍ବାଦଦାତା, ମାଲକାନଗିରି
author img

By

Published : Oct 17, 2019, 3:15 PM IST

ମାଲକାନଗିରି : ବାଲିମେଳା ବିଜ୍ଞାନ ମହାବିଦ୍ୟାଳୟରେ ଛାତ୍ର ଅସନ୍ତୋଷ ଦେଖାଦେଇଛି । ମାଲକାନଗିରି ଜିଲ୍ଲା ବାଲିମେଳା ବିଜ୍ଞାନ ମହାବିଦ୍ୟାଳୟରେ ଅଧ୍ୟାପକ ପଦବୀ ଖାଲି ପଡିଥିବାରୁ ଛାତ୍ରଛାତ୍ରୀଙ୍କ ମଧ୍ୟରେ ତୀବ୍ର ଅସନ୍ତୋଷ ଦେଖିବାକୁ ମିଳିଛି ।

ଦୀର୍ଘଦିନରୁ ବାଲିମେଳା ବିଜ୍ଞାନ ମହାବିଦ୍ୟାଳୟରେ ଅଧ୍ୟାପକ ପଦବୀ ପୂରଣ ପାଇଁ ଛାତ୍ରଛାତ୍ରୀ ଦାବି କରୁଥିଲେ ବି କୌଣସି ସୁଫଳ ମିଳୁନଥିବାରୁ ଗୁରୁବାର ଶତାଧିକ ଛାତ୍ରଛାତ୍ରୀ କଲେଜ ସମ୍ମୁଖରେ ଧାରଣା ଦେଇଛନ୍ତି । ଦାବି ପୂରଣ ନ ହେଲେ ଏହି ଧାରଣା ବନ୍ଦ ହେବ ନାହିଁ ବୋଲି ଛାତ୍ରଛାତ୍ରୀ ମତ ରଖିଛନ୍ତି ।

ଭିଡିଓ ସୌଜନ୍ୟ:ସମ୍ବାଦଦାତା, ମାଲକାନଗିରି

ଶତାଧିକ ଛାତ୍ରଛାତ୍ରୀ ଧାରଣା ଦେବା ଯୋଗୁଁ କଲେଜରେ ପାଠପଢା ମଧ୍ୟ ବାଧାପ୍ରାପ୍ତ ହୋଇଥିବାବେଳେ ପ୍ରଶାସନର କୌଣସି ଅଧିକାରୀ ଘଟଣାସ୍ଥଳରେ ପହଞ୍ଚି ନାହାଁନ୍ତି ।

ମାଲକାନଗିରିରୁ ଜୟନ୍ତ ତିଆଡି, ଇଟିଭି ଭାରତ

Intro:
বৰপেটা, ১৭ অক্টোবৰঃ বৰপেটাত পুনৰ আৰক্ষীৰ জালত পৰিল দূধৰ্ষ জেহাদী ৷ ৰৌমাৰী পথাৰ গাৱৰ চামাদ আলীৰ পুত্ৰ আজাহাৰ উদ্দিন আহমেদ নামৰ এটা জেহাদী জালত পৰিল আৰক্ষীৰ ৷ আৰক্ষী অধীক্ষক ড0 ৰবীন কুমাৰৰ নিৰ্দেশক্ৰমে ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগয়াৰীৰ নেতৃত্বত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জেহাদীটোক ৷ Body:ৰৌমাৰী পথাৰ গাৱৰ চামাদ আলীৰ পুত্ৰ আজাহাৰ উদ্দিন ২০১৩ চনৰ পৰাই জেএমবিৰ সৈতে জৰিত ৷ বৰ্ধমানৰ বোমা বিস্ফোৰণৰ পিচৰ পৰাই দীৰ্ঘদিন ধৰি পলাতক হৈ আছে অসম আৰক্ষীৰ ম'ষ্ট ৱান্টেড দূধৰ্ষ জেহাদীটো ৷ আৰক্ষী সেনাৰ চকুত ধুলি দি গোৱা, কেৰালা, হায়দৰাবাদ, শিলচৰ, ডিব্ৰুগড় আদিত আত্মগোপন কৰি আছিল জেহাদীটো ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, সোমবাৰে টেলেংগানাৰ পৰা বৰপেটাত আহি উপস্থিত হোৱাৰ পিচতে গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জেহাদীটোক ৷ ইপিনে আৰক্ষীয়ে বুধবাৰে বজালীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত হাজিৰ কৰায় জেএমবিৰ শীৰ্ষনেতাজনক ৷ তাৰপিচতে আদালতে ৭ দিনৰ আৰক্ষী জিম্মাত দিয়ে জেহাদীটোক ৷ জেহাদী আজাহাৰ উদ্দিনৰ ঘৰত এতিয়া কোনো নাই ৷ বিগত কেবাদিন ধৰি সেনা আৰক্ষীয়ে আজাহাৰ উদ্দিনক বিচাৰি ঘৰত তালাচী চলাই আছিল ৷ সেইবাবেই হয়তো ঘৰৰ পৰা আতৰি আছে পৰিয়ালৰ লোকসকল ৷
*ৰৌমাৰী জেহাদীৰ ঘাটি* ৰৌমাৰী পথাৰ গাও জেহাদীৰ ঘাটি হিচাপে পৰিচিত হৈআহিছে ৷ অসমত জেহাদী কাৰ্যকলাপৰ মুল হোতা হিচাপে পৰিচিত চাহানুৰ আলমৰ চতলা গাৱৰ পৰা ওচৰতে অৱস্থিত ৰৌমাৰী পথাৰ গাও ৷ চাহানুৰ আলমৰ সৈতে জেএমবিৰ কাৰ্যকলাপত জৰিত আজাহাৰ উদ্দিনক সেনা আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিচাৰি আছিল ৷ উল্লেখ্য যে, জেএমবিৰ জেহাদী কাৰ্যকলাপৰ সৈতে জৰিত থকাৰ অপৰাধত ইতিমধ্যে ৰৌমাৰী পথাৰ গাৱৰ কেবাজনো দূধৰ্ষ জেহাদী ইতিমধ্যে জালত পৰিছে আৰক্ষীৰ ৷ চাহানুৰ আলমৰ পিচতে অসমত জেহাদী কাৰ্যকলাপৰ মাষ্টাৰমাইণ্ড হিচাপে কাম কৰিছিল ৰৌমাৰী পথাৰ গাৱৰ চহিদুল ইছলাম ওৰফে সূৰ্যই ৷ পশ্চিমবংগৰ বৰ্ধমান জিলাৰ খাগ্ৰাগড়ত সংঘটিত বোমা বিস্ফােৰনৰ ঘটনাত অভিযুক্ত হৈ পশ্চিমবংগৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই থকা জেএমবিৰ দূধৰ্ষ নেতা ছহিদুল ইছলামৰ ঘৰৰ নাতি দূৰতে অৱস্থিত ধৃত আজাহাৰ উদ্দিনৰ ঘৰ ৷ আনহাতে ৰৌমাৰী পথাৰ গাৱৰেই কছিমুদ্দিন আৰু আক্ৰাম আলী নামৰ আন দুই জেহাদীও পূৰ্বে জালত পৰিছিল আৰক্ষীৰ ৷

Conclusion:বাইটঃ আইনুল হক, গাওৰক্ষী বাহিনীৰ সভাপতি ৷

----- বাপকন দাস, বৰপেটা ৷৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.