চামগুৰি বিলপাৰত মহিলাৰ প্ৰতিবাদ - চামগুৰি আৰু চাপানালা সংযোগী পথৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9854269-946-9854269-1607773432632.jpg)
চামগুৰি বিলপাৰত মহিলাৰ প্ৰতিবাদ । চামগুৰি আৰু চাপানালা সংযোগী পথৰ দুৰৱস্থা বাবেই প্ৰতিবাদ সাব্যস্ত কৰে । পাকঘৰ এৰি ৰাজপথলৈ উলাই আহিল চামগুৰি বিলপাৰৰ মহিলা । জৰাজীৰ্ণ ৰাজপথৰ দুৰৱস্থাৰ কাৰণে মহিলা সকল ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সকলে । উল্লেখযোগ্য যে, অভাৰলো দি বিভিন্ন কেচাৰৰ পৰা অহা ডাম্পাৰে পথ বেয়া কৰাৰ বেয়া কৰা অভিযোগ ৰাইজৰ । পথছোৱা বনাই নিদিয়াত এই পথেদি ডাম্পাৰৰ অহা যোৱা বন্ধ কৰিছে প্ৰতিবাদকাৰী সকলে ৷