বিহপুৰীয়াৰ কেৰেকজুলীত পাহাৰ খহি মহিলাৰ মৃত্যু - Woman Killed in Landslide
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15102434-thumbnail-3x2-ghy.jpg)
লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ কেৰেক জুলিত দেওবাৰে ভূমিস্খলনত মৃত্যু হয় এগৰাকী মহিলাৰ(Woman Killed in Landslide in Lakhimpur) । নেৰানেপেৰা বৰষুণৰ ফলতেই পাহাৰ খহি মৃত্যুক সাৱটি ল’ব লগা হয় মহিলাগৰাকীয়ে ৷ পাহাৰ খহি বিৰাছন বসুমতাৰী নামৰ লোকজনৰ ঘৰ হেঁচা মাৰি ধৰাৰ ফলতে ঘৰৰ ভিতৰতে মহিলাগৰাকীৰ মৃত্যু হয়। মৃত মহিলাগৰাকী চুকুশ্ৰী বসুমতাৰী(৪৫) বুলি জানিব পৰা গৈছে । বিচনাত শুই থকা অৱস্থাতেই পাহাৰ মাটি খহি হেচা মাৰি মৃত্যু হয় মহিলাগৰাকীৰ । পুৱা মহিলাগৰাকীৰ স্বামীয়ে কামৰ সন্ধানত ওলাই যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা৷