অসম জাতীয় পৰিষদৰ পৰা কিয় পদত্যাগ কৰিলে ৰাজ্যিক সম্পাদক ৰাফেল কুজুৰে ? - অসম জাতীয় পৰিষদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10974754-thumbnail-3x2-mghjg.jpg)
প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ লগে লগে গৃহ কণ্ডল আৰম্ভ হৈছে অসম জাতীয় পৰিষদত । দলটোৰ ৰাজ্যিক সম্পাদক ৰাফেল কুজুৰে চাবুৱাৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পাচতো দলৰ পৰা পদত্যাগ কৰি মৰাণ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দলটোৰ জন্মৰ সময়ৰ পৰাই দলৰ ভেঁটী গঢ় দিবলৈ চেষ্টা কৰা নেতাজনে কিয় দল ত্যাগ কৰিলে সেই সকলো কথা প্ৰকাশ কৰিলে Etv Bharatৰ আগত ৷ এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন...
Last Updated : Mar 12, 2021, 1:14 PM IST