তামিলনাডুত নিজৰ হাত কাটিলে অৱসৰপ্ৰাপ্ত সেনা জোৱানে - পাৰিবাৰিক কন্দল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8588380-thumbnail-3x2-tamilnadu.jpg)
তামিলনাডুৰ কাম্বামৰ থেনীত ভেংকেটেশ্বন নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানে মাংসৰ দোকানত মাংস কটা কাৰ্যত ব্যৱহৃত দাৰে নিজৰ হাত কাটে ৷ বিগত 6 মাহ ধৰি লোকজনৰ পৰিয়ালত পাৰিবাৰিক কন্দল সংঘটিত হৈ থকাৰ লগতে, তেওঁ মানসিক অশান্তিত ভুগি আছিল ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত ৰাইজে আৰক্ষীক খবৰ দিয়াৰ লগতে আহত লোকজনক থেনী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷