World Championship : ৰূপৰ পদক অৰ্জনৰ পাছত কি ক’লে নীৰজ চোপ্ৰাই ? - Neeraj Chopra
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15909694-thumbnail-3x2-niraj.jpg)
অলিম্পিকৰ গ’ল্ডেন বয় নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰচিলে আন এক ইতিহাস(Javelin thrower Neeraj Chopra ) ৷ নীৰজ চোপ্ৰাই প্ৰতিযোগিতাখনৰ জেভেলিন থ্ৰোৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে (Neeraj Chopra wins silver at World Championship ) ৷ ইয়াৰ লগতে নীৰজ বিশ্ব চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা দ্বিতীয় ভাৰতীয় আৰু প্ৰথম পুৰুষ ট্ৰেক এণ্ড ফিল্ড এথলীট হয় ৷ এই প্ৰতিযোগিতাখনত তেওঁ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল 88.13 মিটাৰ (Neeraj Chopra wins silver at World Championship ) । ইয়াৰ পূৰ্বে 2003 চনত পেৰিছত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত কিংবদন্তী লং জাম্পাৰ অঞ্জু ববি জৰ্জে (Legendary long jumper Anju Booby George) প্ৰথম ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল । বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জৰ পাছত কি ক'লে নীৰজ চোপ্ৰাই(Neeraj Chopra comments after silver medal ), চাওক ভিডিঅ'...