thumbnail

By

Published : Aug 26, 2022, 5:58 PM IST

ETV Bharat / Videos

গৌৰীসাগৰত পুনৰ জব্দ ক্ৰুড অইল ভৰ্তি ট্ৰাক

শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অবাধে চলি আছে চোৰাং তেলৰ সৰবৰাহ । গৌৰীসাগৰত পুনৰ জব্দ ক্ৰুড অইল ভৰ্তি ট্ৰাক । আৰক্ষীৰ তালাচীত জব্দ ৫০ ড্ৰাম ক্ৰুড অইল(Crude oil seized in gaurisagar) । আৰক্ষীয়ে AS -02-BC- 8221নম্বৰৰ ট্ৰাকখন জব্দ কৰাৰ লগতে আটক কৰে নেকিবুৰ ৰহমান আৰু মফিদুল হক নামৰ দুজনকৈ ব্যক্তিক(Two people arrested with Crude oil) । উল্লেখ্য যোৱা মাহত আৰক্ষীয়ে দুখনকৈ ক্ৰুড অইল ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল । শিৱসাগৰৰ পৰা যোৰহাট অভিমুখী ট্ৰাকখন জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচীত গৌৰীসাগৰ আৰক্ষীয়ে ক্ৰুড অইল ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.