Truck Falls down from Hill: সামাজিক মাধ্যমত ভাইৰেল হোৱা এক দুৰ্ঘটনা - video goes viral
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15927323-thumbnail-3x2-n.jpg)
সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভয়ংকৰ দুৰ্ঘটনা(Truck Falls down from Hill) ৷ চকুৰ সন্মূখতেই পাহাৰৰ পৰা বাগৰি পৰিল এখন ট্ৰাক ৷ ২৫ জুলাই অৰ্থাৎ সোমবাৰে সংঘটিত হয় এই ঘটনা । ঘটনাৰ বিৱৰণ অনুসৰি নাগালেণ্ডৰ মোকোকচাঙত এখন মালবাহী ট্ৰাক দুৰ্ঘটনাত পতিত হয় । অৱশ্যে দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে চালক আৰু হেণ্ডিমেনৰ । বৰ্তমানেও দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ।