Tornado hits Barpeta: বৰপেটাত ঘূৰ্ণী বতাহৰ তাণ্ডৱ - Tornado hits Barpeta
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15219690-thumbnail-3x2-b.jpg)
আজি পুৱাৰ ভাগতে বৰপেটাৰে পাৰ হৈ যায় এজাক ভয়ংকৰ ঘূৰ্ণীবতাহ (Tornado hits Barpeta district in Assam) ৷ এই ঘূৰ্ণীবতাহে চেঙা সমষ্টিৰ ৰৌমাৰী চৰ গাঁৱত আৰু চেনিমাৰী চৰত বৃহৎ ক্ষতিসাধন কৰে ৷ ঘৰ-দুৱাৰ উৰুৱাই নিমিষতে ধ্বংস কৰিলে সকলো ৷ পুৱাৰ ভাগত অহা এই ঘূৰ্ণীবতাহৰ ভয়াবহ ৰূপ দেখি আতংকিত হৈ পৰে অঞ্চলবাসী ।