কিয় টীয়কত মাটি কিনাৰ মন মেলিছিল হোমেন বৰগোহাঞিয়ে? - teok news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11731316-thumbnail-3x2-s.jpg)
টীয়কত মাটি কিনি খেতি কৰিবলৈ মনস্থ কৰিছিল হোমেন বৰগোহাঞিয়ে ৷ বৰগাহাঞিৰ সান্নিধ্য লাভ কৰা টীয়কৰ এগৰাকী আদৰ্শ কৃষকে সদৰি কৰে এই কথা ৷ তেওঁ কয় যে, টীয়কৰ পথাৰ চাবলৈ আহিছিল হোমেন বৰগোহাঞি । এবাৰ নহয়, দুবাৰকৈ আহিছিল আৰু টীয়কতে মাটি কিনি খেতি কৰাৰ মনস্থ কৰিছিল । লগ পাইছিল টীয়কৰ বলমা মৰাণ গাঁৱৰ আদৰ্শ কৃষক নবনিধি গগৈকে ধৰি এচাম কৃষকক । কেনেকৈ এগৰাকী সাহিত্যিক হিচাপে পৰিচিত ব্যক্তিয়ে কৃষি সন্দৰ্ভতো গভীৰ জ্ঞান আয়ত্ব কৰিছিল, সেই সম্পৰ্কে ব্যক্ত কৰে কৃষক নবনিধি গগৈয়ে ৷