ৰাইজৰ পৰা বাচিবলৈ ভৰলু নৈত জাঁপ দিলে এটা চোৰে !

By

Published : May 16, 2022, 7:23 PM IST

thumbnail

অনিল নগৰত ভৰলু নৈত জাঁপ দিলে এটা চোৰে (Suspected thief jumps into Bharalu river) । আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে প্ৰায় 10.10 বজাত সংঘটিত হৈছে এই ঘটনা ৷ ওদালগুৰিৰ বিজয় ৰাভা (40) নামৰ লোকজনৰ পত্নী জি এম চি এইচত চিকিৎসাধীন হৈ আছে ৷ তেওঁ জি এম চি এইচৰ পৰা ওলাই আহি কোনো কাৰণত ভৰলুত জাঁপ দিয়ে বুলি আৰক্ষীয়ে জনায় । আনহাতে স্থানীয় ৰাইজৰ অভিযোগ, এঘৰত চুৰ কৰি ওলাই অহাৰ সময়ত ৰাইজে চোৰটোক খেদি যায় । ঠিক তেতিয়াই ৰাইজৰ পৰা বাচিবলৈ ভৰলু নৈত জাঁপ দিয়ে চোৰটোৱে (Anil Nagar thief case)। পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগত গীতানগৰ আৰক্ষী আৰু SDRF য়ে অভিযান চলাই চোৰটো আটক কৰে (Thief arrested by Geetanagar Police) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.