দশম স্থান দখল কৰা হামাদুৰ ৰহমানক লৈ উখল মাখল পৰিবেশ বিদ্যালয়ত - Success of 10th ranked Hamadur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 7, 2022, 8:15 PM IST

দশম স্থান দখল কৰা হামাদুৰ ৰহমানক লৈ উখল মাখল পৰিবেশ নগাঁৱৰ এছ চি বনিফিছ হাইস্কুলত(Success of 10th ranked Hamadur has brought joy to at school) । ই টি ভি ভাৰতৰ সন্মুখত অনুভৱ ব্যক্ত কৰিলে দশম স্থানপ্ৰাপ্ত হামাদুৰ ৰহমানে । বিদ্যালয়খনৰ পৰা প্ৰথমবাৰৰ বাবে স্থান দখল কৰাত উৎফুল্লিত হৈ পৰিছে শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকল ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.