15 মে' ত বাছযোগে অসমত উপস্থিত হ'ব শিক্ষাৰ্থীৰ দল - আৱদ্ধ হৈ আছে ৰাজ্যখনত
🎬 Watch Now: Feature Video

লক্ ডাউনৰ বাবে তামিলনাডুৰ কোৱাৰেন্টাইনত আবদ্ধ হৈ থকা 27 জনীয়া শিক্ষাৰ্থীৰ দল এটা সম্পূৰ্ণ 50 দিনৰ অন্তত নিজ গৃহলৈ ৰাওনা হৈছে ৷ 15 মে' ত অসমত উপস্থিত হ'ব ছাত্ৰ-ছাত্ৰীৰ দলটো ৷ অসম চৰকাৰ আৰু তামিলনাডু চৰকাৰৰ সহযোগিতাত শিক্ষাৰ্থীৰ দলটোৱে অসমলৈ আহিবলৈ সক্ষম হৈছে ৷ যাৰবাবে দুয়োখন চৰকাৰক ধন্যবাদ জনাই শিক্ষাৰ্থীৰ দলটোৱে ৷ আনহাতে, বৰ্তমানেও বহু লোক আৱদ্ধ হৈ আছে ৰাজ্যখনত ৷