Bipin Saudang at Kaliabor: কলিয়াবৰত কণ্ঠশিল্পী বিপিন চাউদাঙৰ সঙ্গীতানুষ্ঠান - Bipin Saudang at Kaliabor

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 12, 2022, 10:41 PM IST

মঙলবাৰে অনুষ্ঠিত হয় ভোলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবৰ্ষ সমাৰোহৰ সামৰণি অনুষ্ঠান(Centennial Celebrations of Bholaguri Co-operative) । সামৰণি অনুষ্ঠানত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে(Singer Bipin Chaudang concert in Kaliabor) । দুৰ্গা পূজাৰ আগৰে পৰা অসমৰ বিভিন্ন স্থানত গীত পৰিৱেশনৰ লগতে ব‍্যস্ত হৈ থকা শেহতীয়া ভ্ৰাম‍্যমাণ থিয়েটাৰৰ 'লভিতা' বিতৰ্কৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে গায়কগৰাকীয়ে । গাঁৱলীয়া ল'ৰা বিচাপে থলুৱা গীত-মাতৰ সুৰেৰে গীত ৰচনা কৰি ৰাইজৰ বাবে গীত গাই যোৱাৰ পৰিকল্পনা বিপিন চাউদাঙৰ ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.