Senior assistant of Civil Hospital arrested: উৎকোচ লৈ গ্ৰেপ্তাৰ ৰবিৰাম বড়ো অসামৰিক চিকিৎসালয়ৰ জেষ্ঠ সহায়ক - মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15867923-thumbnail-3x2-kjjd.jpg)
বৰমাৰ বৰজাৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (CM vigilance operation in Baksa) ৷ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰে মুছলপুৰৰ ৰবিৰাম বড়ো অসামৰিক চিকিৎসালয়ৰ জেষ্ঠ সহায়ক বিপিন কলিতা (Senior assistant of Civil Hospital arrested for taking bribe)। এগৰাকী অৱসৰী নাৰ্চৰ পৰা পেঞ্চনৰ বাবদ 5000 হাজাৰ টকা উৎকোচ লওতেই গ্ৰেপ্তাৰ কলিতা ৷ গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাই বৰমাস্থিত বৰজাৰত বিপিন কলিতাৰ বাসগৃহতো চলালে অভিযান ৷ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে প্ৰকাশ কৰে এই কথা ৷