বৰপেটাৰ আতচবাজীৰে আজিৰ ইটিভি ভাৰতৰ 'সঁফুৰা' - বৰপেটাৰ আতচবাজীৰে আজিৰ ইটিভি ভাৰতৰ 'সঁফুৰা'

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 14, 2020, 5:20 PM IST

শনিবৰীয়া বিশেষ অনুষ্ঠান সঁফুৰাত এইবাৰৰ অতিথি বৰপেটাৰ আতচবাজী উদ্যোগৰ থলুৱা উদ্যোগী গোপজিৎ পাঠক ৷ পাঠকৰ পৰা জানিম অসমৰ আতচবাজীৰ বাবে পৰিচিত বৰপেটাৰ ফটকা ৰাজ্যৰ বাহিৰৰ ক'ত ক'ত যায়? কিমান দৰত বিক্ৰী হয় বৰপেটাৰ আতচবাজী ৰাজ্যৰ ভিন্ন প্ৰান্তত? আতচবাজী উদ্যোগ সন্দৰ্ভত ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান সঁফুৰাত থাকিব আতচবাজী সন্দৰ্ভত ভিন্ন কথা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.