Rongali Bihu in Assam : নগাঁৱৰ আমোলাপট্টিত জেং বিহু

By

Published : Apr 15, 2022, 5:12 PM IST

thumbnail
নগাঁৱৰ আমোলাপট্টিত ৰঙালী বিহু উদযাপন (Rongali Bihu celebration in Nagaon) । পূব নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত জেং বিহু অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sarmah in Nagaon) । আমোলাপট্টি খেলপথাৰত অনুষ্ঠিত এই জেং বিহু নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেত্ৰী য়াংকী পৰাশৰে (Actress Yankee Parashar in Nagaon)। একপ্ৰকাৰে ঢোল পেঁপাৰ মাতত মুখৰিত হৈ পৰে আমোলাপট্টি খেলপথাৰ । ইফালে উক্ত অনুষ্ঠানত বিহুগীত পৰিবেশন কৰে কলংপৰীয়া সংগীত শিল্পী কৃষ্ণমণি নাথে (Singer Krishnamoni Nath in Nagaon)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.