মাকুমত সামৰণি পৰিল মৰাণ সকলৰ ৰাতি বিহু - Rati Bihu celebration concluded
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15168250-thumbnail-3x2-nb.jpg)
দেওবাৰে তিনিচুকীয়াৰ মাকুম বেতনী গাঁৱত অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণসকলৰ পৰম্পৰাগত ৰাতি বিহু সামৰণি পৰে (Rati Bihu celebration concluded at Makum) ৷ শৃংখলাবদ্ধভাৱে ডেকা-গাভৰুসকলে পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি গোটেই ৰাতি গাই-বাই আনন্দত মতলীয়া হৈ পৰে (Moran tribes celebrate Rati Bihu at Makum)। অন্য গাঁৱৰ পৰা অহা ডেকাসকলে নিদিষ্ট কৰি দিয়া চাৰিসীমাৰ বাহিৰত থাকি চাকচনীৰ চাবে চাবে নাচনীসকলক উৰে ৰাতি নচুৱাই এই ৰাতি বিহু উদযাপন কৰে ।