thumbnail

By

Published : Dec 28, 2019, 5:01 PM IST

ETV Bharat / Videos

শৰাইঘাটৰ শেষ ৰণলৈ ওলাই আহিল তিনিচুকীয়াৰ ছাত্ৰ-ছাত্ৰী

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ শনিবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভা, তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগিতাত চেনাইৰাম বৰ্ডিং খেলপথাৰত "শৰাইঘাটৰ শেষ ৰণ"  কাৰ্যসূচী ৰূপায়ণ কৰিলে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ দাবী, হয় এই বিধেয়ক বাতিল কৰক, ন'হলে প্ৰধানমন্ত্ৰীয়ে প্ৰব্ৰজনকাৰীসকলক গুজৰাটত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক ৷ অসমে এই বিধেয়ক কোনো পধ্যেই মানি নলয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.