দ্বিতীয়বাৰলৈ বিজয় সাব্যস্ত কৰিলে প্ৰমোদ বৰঠাকুৰে - প্ৰমোদ বৰঠাকুৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11623965-thumbnail-3x2-b.jpg)
বিশ্বনাথ বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰে । ফলাফল অন্তত প্ৰমোদ বৰঠাকুৰে কয় যে, ‘এয়া বিশ্বনাথবাসীৰ জয়, মোৰ নহয় । ৰাইজে মোক ভোট দি জয় কৰাইছে, গতিকে ৰাইজৰ বাকী থকা কামবোৰ মই কৰিম ৷’ সমষ্টিটোত এইবাৰ 10,212 ভোটৰ ব্যৱধানত জয়ী হয় প্ৰমোদ বৰঠাকুৰে । প্ৰমোদ বৰঠাকুৰে লাভ কৰে 71,201 টা ভোট ।