১২২ নং তিনিচুকীয়া সমষ্টিৰ লোক জনশক্তি পাৰ্টিৰ প্ৰাৰ্থী চিন্টু বৰুৱাৰ আছুতীয়া সাক্ষাৎকাৰ - ১২২ নং তিনিচুকীয়া সমষ্টি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 18, 2021, 2:11 PM IST

প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে প্ৰতিদিনে অনুষ্ঠিত কৰিছে ইখনৰ পাচত সিখনকৈ প্ৰচাৰ সভা ৷ আন আন সমষ্টি সমূহৰ দৰে ১২২ নং তিনিচুকীয়া সমষ্টিতো বৃদ্ধি পাইছে নিৰ্বাচনীক তৎপৰতা ৷ শাসকীয় আৰু বিৰোধী দলৰ উপৰিও আন আন দল সমূহেও চলাই গৈছে নিজ নিজ প্ৰচাৰ ৷ চাওঁ আহক ১২২ নং তিনিচুকীয়া সমষ্টিৰ লোক জনশক্তি পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা চিন্টু বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ …

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.