ৰঙিয়াত কংগ্ৰেছৰ লগতে আন দলৰ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত - ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15520349-thumbnail-3x2-nm.jpg)
ৰঙিয়াত বৃহস্পতিবাৰে বিজেপি দলৰ উদ্যোগত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । ৰঙিয়াৰ উদিয়ানাৰ আৰিমত্ত পঞ্চায়ত ভৱনত আয়োজন কৰা এই সভাখনত প্ৰায় পাঁচশ পঞ্চাশগৰাকী কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে (Over 550 congress and other parties supporters join BJP) । একেদিনাই ৰঙিয়া হৰদত্ত-বীৰদত্ত ভৱন (Haradutta Biradutta Bhaban) প্ৰেক্ষাগৃহত অনুষ্ঠিত আন এক অনুষ্ঠানত আক্ৰাছু , কংগ্ৰেছ , এজেপি আৰু আছুৰ শতাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে । এই সভাত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (BJP leader Bhabesh Kalita) লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷