বকোৰ বামুণীগাঁৱত ৰেলৰ খুন্দাত নিহত এজন - বকোৰ বামুণীগাঁৱত ৰেলৰ খুন্দাত নিহত এজন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15086082-thumbnail-3x2-bv.jpg)
বকোৰ বামুণীগাঁৱত শোকাৱহ ঘটনা । ৰে'লৰ খুন্দাত নিহত চাইকেল আৰোহী ৷ নিহত লোকজন জামবাৰী আলীকাষৰ লালচান আলী (৪৫) বুলি জানিব পৰা গৈছে (One man died in train accident at Boko) ৷ উল্লেখ্য যে, ৰে'লৰ সুৰংগ পথত পানী থকাৰ বাবে ওপৰেৰে পাৰ হ'বলৈ লওঁতে সংঘটিত হয় এই ঘটনা ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰে অঞ্চলটোৰ স্থানীয় ৰাইজ (Train accident at Boko) ৷