Jihadi linkman arrested: বঙাইগাঁৱত জেহাদীৰ লিংকমেন গ্ৰেপ্তাৰ - Jihadi linkman arrested
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15940149-thumbnail-3x2-punjab.jpg)
স্বাধীনতা দিৱসৰ পূৰ্বে বঙাইগাঁও আৰক্ষীৰ জালত জেহাদী সদস্য(Jihadi arrested in Bangaigaon) । বঙাইগাঁও সদৰ আৰক্ষীয়ে জেহাদীৰ বিৰুদ্ধে অভিযান চলাই গোৱালপাৰাৰ পাখিউৰুৱা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে জেহাদীৰ লিংকমেনটোক(Bongaigaon police arrested in Ansarullah Bangla terrorists) ৷ গ্ৰেপ্তাৰ হোৱা জেহাদীটো আনচাৰ উল্লাহ বাংলা টিমৰ লিংকমেন আব্বাছ আলী(২২) বুলি জানিব পৰা হৈছে(Ansarullah Bangla terrorist arrested) ৷ আনচাৰ উল্লাহ বাংলা টিমৰ পলাতক মেহবুৰক আশ্ৰয় দিছিল আব্বাছে । আব্বাছৰ পৰা বহু নথিপত্ৰ জব্দ কৰিছে বঙাইগাঁও আৰক্ষীয়ে ।