Azadi ka Amrit Mahotsav: স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে নগাঁও আৰক্ষীৰ বিশাল ৰেলী - Azadi ka Amrit Mahotsav
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16082496-709-16082496-1660296652612.jpg)
স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে নগাঁও আৰক্ষীৰ বিশাল ৰেলী(Azadi ka Amrit Mahotsav) । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ পৰা নগাঁও চহৰৰ মাজেৰে উলিওৱা ৰেলীত অংশগ্ৰহণ কৰে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে নগাঁও আৰক্ষীৰ বিষয়া-জোৱানসকলে(Massive rally in Nagaon) । নগাঁও আৰক্ষীৰ যান-বাহন আৰক্ষীৰ লগতে নৱম আৰক্ষী বেটেলিয়ানেও অংশগ্ৰহণ কৰে ৰেলীত । হাতে হাতে ত্ৰিৰংগা লৈ উলিওৱা ৰেলীয়ে এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে সমগ্ৰ নগাঁও চহৰত ।