Hanuman Chalisa in temple: মন্দিৰৰ ভিতৰত মুছলমান যুৱকৰ দ্বাৰা পাঠ হনুমান চালিছা - মুছলমান যুৱকে পাঠ কৰিছে হনুমান চালিছা
🎬 Watch Now: Feature Video

ভিন্ন সময়ত বিভিন্ন কাৰণত হোৱা হিন্দু-মুছলমানৰ সংঘাতৰ বাতৰি সততে পোহৰলৈ অহা দেখা যায় ৷ ইয়াৰ মাজতে এইবাৰ পোহৰলৈ আহিছে এটা বিশেষ ভিডিঅ’ ৷ যিটো ভিডিঅ’ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে (Muslims read Hanuman Chalisa viral video0 ৷ সেই ভিডিঅ’টো হৈছে আলিগড়ৰ ৷ আলিগড়ৰ এটা মন্দিৰত কেবাগৰাকীও মুছলমান যুৱকে পাঠ কৰিছে হনুমান চালিছা (Muslims read Hanuman Chalisa) ৷