thumbnail

By

Published : May 31, 2021, 7:32 PM IST

ETV Bharat / Videos

ভূমিস্খলন: চকুৰ সন্মুখতে খহি পৰিল দলঙৰ এটা অংশ

অৰুণাচল প্ৰদেশৰ ইটাগৰৰ পপুনালাহত ভয়াৱহ ভূমিস্খলন ৷ চকুৰ সন্মুখতে খহি পৰে পকী দলঙৰ এটা অংশ । পুৱাৰ ভাগত বিপদসংকুলভাৱে যান-বাহন পাৰ হৈছিল যদিও বৰ্তমান দুয়োফালৰ পৰা সংকটে দেখা দিছে । ৰাজধানী চহৰ ইটনাগৰৰ পৰা 11 কিলোমিটাৰ নিলগত সংঘটিত হয় এই ঘটনা । প্ৰত্যক্ষদর্শীয়ে কেমেৰাত আৱদ্ধ কৰিলে লাইভ দৃশ্য ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.