সৰ্বানন্দ সোণোৱালৰ জয়ত মাজুলীত আনন্দৰ বন্যা

By

Published : May 3, 2021, 9:53 AM IST

thumbnail

মাজুলী সমষ্টিত সৰ্বানন্দ সোণোৱালে জয় লাভ কৰাৰ পাচতে সমষ্টিবাসীৰ মাজত এক প্ৰকাৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে ৷ সমষ্টিটোৰ পৰা বিপুল সংখ্যক ভোটত জয় লাভ কৰাৰ পাছতেই ডেকা শেনছোৱাৰ গাঁওবাসীয়ে আনন্দতে 3 হাজাৰ বন্তি জ্বলাই ক’ভিড প্ৰ’টকলৰ মাজেৰে ‘আকৌ এবাৰ সৰ্বা চৰকাৰ’ লিখি বিজয় উৎসৱ অনুষ্ঠিত কৰে ৷ ইফালে, ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালকে বিচাৰিলে মাজুলীবাসীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.