thumbnail

বাণিজ্যৰ দ্বিতীয়ত কে চি দাস কমাৰ্চৰ আয়ুচি জৈন

By

Published : May 25, 2019, 3:06 PM IST

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত দ্বিতীয় স্থানেৰে উজলিল গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰী আয়ুচি জৈন ৷ ছাত্ৰীগৰাকীয়ে 93.6 শতাংশ অৰ্থাৎ 468 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ভৱিষ্যতে চাৰ্টাৰ্ড একাউনটেণ্ট (CA) হোৱাৰ লক্ষ্য ছাত্ৰীগৰাকীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.