কামপুৰ পটিয়াপামত বনবিভাগৰ অভিযান - Illegal supply of timber
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16367940-287-16367940-1663144269446.jpg)
কামপুৰ পটিয়াপামত বনবিভাগৰ অভিযান (Forest department raids in Kampur) । আভিযানত এখন মিনি ট্ৰাকৰ সৈতে বহুখিনি চেগুনৰ কুন্দা জব্দ কৰে কামপুৰ বন বিভাগে (Illegal timber seized in Kampur) । এখন মিনিট্ৰাকত যমুনাখৰ পৰা কামপুৰ অভিমুখে লৈ আনি আছিল চেগুনৰ কুন্দা খিনি (Illegal supply of timber) । বন বিষয়াক উপযুক্ত চালান দেখুৱাব নোৱাৰাৰ বাবেই জব্দ কৰে কাঠৰ কুন্দাৰ সৈতে মিনি ট্ৰাকখন । বৰ্তমানে কামপুৰ বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে গাড়ীখন ।