thumbnail

জোনাইত ধুমুহাৰ তাণ্ডৱ

By

Published : Jul 8, 2022, 11:50 AM IST

ৰাজ্যত এটাৰ পিছত আন এটা প্ৰাকৃতিক দুৰ্যোগ ৷ এবাৰ যদি বান আন এবাৰ আকৌ কাল ধুমুহা ৷ বিপদে যেন লগ নেৰা হৈছে মানুহক ৷ বৃহস্পতিবাৰে নিশা অহা এজাক ধুমুহাই জোনাইৰ ডেকাপাম, ললাদ, আৰিমৰা তেলাম, গালী আদিকে ধৰি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিগ্ৰস্ত কৰি অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি তচনচ কৰে (Heavy strom at Jonai) ৷ এই কালৰূপী ধুমুহা-বতাহে বিদ্যুতৰ খুঁটা আৰু তাঁৰ ছিঙি পৰাত সমগ্ৰ অঞ্চলটোত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা (Several electricity poles damaged in heavy storm) ৷ ইফালে ধুমুহাৰ ফলত পথত বাগৰি পৰে প্ৰকাণ্ড গছ (Trees topple in a few minutes in Heavy Strom) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.