thumbnail

আমচাংত মুকলি কৰি দিয়া হ'ল জি এছ ৰোডত বিচৰণ কৰি ফুৰা বন্যহস্তীটো

By

Published : May 1, 2019, 7:07 PM IST

আমচাং বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে মঙলবাৰে বিয়লি প্ৰৱেশ কৰে জি এছ ৰোডত ৷ মানুহৰ হুলস্থুলত ভীতিগ্ৰস্ত হৈ পলোৱাৰ চেষ্টা কৰে হাতীটোৱে ৷ যাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় সদাব্যস্ত জি এছ ৰোডত ৷ শ্ৰীনগৰৰ 1নং উপপথত ট্ৰেংকুলাইজ কৰা হাতীটোক বুধবাৰে পুৱা প্ৰায় 11 বজাত বন বিভাগে মুকলি কৰি দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.