33 তম গুৱাহাটী গ্ৰন্থ মেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰ

By

Published : Dec 31, 2020, 10:25 PM IST

thumbnail
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত 33 তম গুৱাহাটী গন্থ মেলা অনুষ্ঠিত ৷ নিজৰ প্ৰছন্দৰ কিতাপখন বিচাৰি গ্ৰন্থমেলাত ভিৰ কৰা দেখা গৈছে পঢ়ুৱৈ সকলক ৷ উল্লেখযোগ্য যে, মহামাৰী ক’ভিড-19 আতংকৰ পিছতেই পোনপ্ৰথম বাৰৰ বাবে গুৱাহাটীত এই দৰে অনুষ্ঠিত হৈছে বৃহৎ অনুষ্ঠান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.