বিশ্বনাথত গৰু বিহু উদযাপন - বিশ্বনাথত গৰু বিহু উদযাপন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 14, 2022, 6:42 PM IST

চাওঁতে চাওঁতে আহি পালেহি অসমীয়াৰ বাপতি সাহোন বহাগ বিহুটি (Rongali Bihu celebration begins in Assam) ৷ আজি গৰু বিহু ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে বিশ্বনাথতো চহা কৃষকে গো-ধনসমূহক মাহ-হালধি ঘঁহি, লাও-বেঙেনা খুৱাই, গা-ধুৱাই উদযাপন কৰিলে গৰু বিহু (Goru Bihu celebrations in Biswanath) । চাও আহক এই বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.